• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘কেগ’ৰ বিস্ফোৰক প্ৰতিবেদন : অসমৰ ৰাজ্যপাল জগদীশ মুখিৰ আন্দামান-নিকোবৰৰ লেঃ ৰাজ্যপালৰূপে ‘নীতিবহিৰ্ভূত’ ব্যয়

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2018 8:24 pm
JagdishMukhi assam governor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বৰ্তমানৰ ৰাজ্যপাল অধ্যাপক ডঃ জগদীশ মুখি ( Jagdish Mukhi ) আন্দামান নিকোবৰৰ লেফটেনেণ্ট ৰাজ্যপাল হৈ থকা কালত চৰকাৰী পুঁজিৰ ‘বিবেচনাহীন আৰু নীতিবহিৰ্ভূত’ ব্যয়ৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। কেগ (CAG)এ ৫ এপ্ৰিলত ৰাজহুৱা কৰা প্ৰতিবেদনত এই অভিযোগ অনা হৈছে।

২০১৬ চনৰ ২২ আগষ্টৰ পৰা ২০১৭ চনৰ ৭ অক্টোবৰলৈকে আন্দামানৰ লেফটেনেণ্ট ৰাজ্যপাল হিচাপে থকা ৰাজ্যপাল মুখিৰ লগতে তেওঁৰ পূৰ্বসূৰী অজয় কুমাৰ সিঙৰ বিৰুদ্ধে কেগে অভিযোগ কৰে যে ‘নতুন দিল্লীৰ আন্দামান ভৱনত লেফটেনেণ্ট ৰাজ্যপালৰ বাবে নিৰ্ধাৰিত কক্ষ থকাৰ পিছতো আৰু কোনো নিয়মৰ অধীনতে নপৰা সত্ত্বেও তেতিয়াৰ লেফটেনেণ্ট ৰাজ্যপালৰ ব্যক্তিগত আৱাসক দিল্লীলৈ বিভাগীয় ভ্ৰমণৰ সময়ত যাওঁতে ব্যৱহাৰ কৰা বাবে শিবিৰ কাৰ্য্যালয় (Camp Office)ৰূপে আন্দামান আৰু নিকোবৰ প্ৰশাসনে ঘোষণা কৰিছিল। ফলত চৰকাৰী পুঁজিৰ পৰা ২৯.৪৫ লাখ টকা নীতিবহিৰ্ভূতভাৱে খৰচ হৈছিল।’

Apply Now

কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে সেই সময়ৰ আন্দামানৰ ৰাজ্যপাল মুখিৰ ‘নতুন দিল্লীৰ জনকপুৰীত থকা ব্যক্তিগত বাসগৃহক কাৰ্য্যালয় গ্ৰহণৰ দিনাৰ পৰা অৰ্থাৎ ২০১৬ চনৰ আগষ্টৰ পৰা দায়িত্বভাৰ এৰালৈকে অৰ্থাৎ ২০১৭ চনৰ অক্টোবৰলৈকে নতুন দিল্লীৰ আন্দামান ভৱনৰ বাবে অনুমোদিত বাজেটৰ পৰা শিবিৰ কাৰ্য্যালয়ৰ বাবদ ৬.২৭ লাখ টকা ব্যয় কৰা হয়।’

কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে লেফটেনেণ্ট ৰাজ্যপালক ‘কোনো ভাৰা নিদিয়াকৈ আচবাবযুক্ত আৱাস দিয়া হয়’, কিন্তু ‘সেই আচবাবযুক্ত আৱাসৰ বাহিৰে আন কোনো শিবিৰ কাৰ্য্যালয় স্থাপনৰ কোনো ব্যৱস্থা’ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ লেফটেনেণ্ট ৰাজ্যপালসকলৰ নিযুক্তি বিধিসমূহত নাই।

দুয়োজন ৰাজ্যপালৰ দিনত চৰকাৰী ধনৰ পৰা ২৯.৪৫ লাখ টকা খৰচ হোৱাটো ‘বিবেচনাহীন আৰু নীতিবহিৰ্ভূত’ বুলি উল্লেখ কৰি কেগৰ প্ৰতিবেদনত কোৱা হৈছে ‘দিল্লীত থকাৰ সময়ত ব্যৱহাৰৰ বাবে লেফটেনেণ্ট ৰাজ্যপালৰ এটা আছুতীয়া আৱাসকে ধৰি নতুন দিল্লীৰ আন্দামান ভৱন হ’ল ৫৪ খন বিচনাযুক্ত এটা অতিথিশালা।’

অসমৰ বৰ্তমানৰ ৰাজ্যপাল জগদীশ মুখি আন্দামান আৰু নিকোবৰৰ লেফটেনেণ্ট ৰাজ্যপাল পদবীত থকাৰ পূৰ্বে দিল্লীৰ বিজেপি চৰকাৰৰ বিত্ত আৰু উচ্চ শিক্ষা মন্ত্ৰী আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd