DMCA.com Protection Status

শীর্ষ সংবাদ

গুৱাহাটী ষ্টেশ্যনত জব্দ অবৈধভাৱে সৰবৰাহ কৰা ৯খন সোণৰ বিস্কুট

অসমৰ মাজেদি প্ৰতিদিনে লাখ লাখ টকাৰ চোৰাং সোণ বহিঃৰাজ্যলৈ সৰবৰাহ হৈ থকাৰ বাতৰি প্ৰায়েই পোৱা যায়। বিগত কেইমাহত গুৱাহাটী ৰে’ল...

Read more

কলিয়াবৰৰ জখলাবন্ধাৰ দেৱসত্ৰ গাঁৱত ৪বছৰে বিকল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীযোগান আঁচনি

ধোঁৱাচাঙত পৰিণত হৈছে কলিয়াবৰৰ জখলাবন্ধাৰ দেৱসত্ৰ গাঁৱত স্থাপন কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৫৫ লাখ টকীয়া পানীযোগান আঁচনি। একমাত্ৰ চৰকাৰী উদাসীনতাৰ...

Read more

মেৰাপানীত আৰক্ষী-চিআৰপিএফৰ অভিযানত  সুৰাভৰ্তি  ট্ৰাক জব্দ

বৃহস্পতিবাৰে মেৰাপানী সীমান্তৰে চুবুৰীয়া নাগালেণ্ডলৈ বুজন পৰিমাণৰ অবৈধ সুৰা সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে মেৰাপানীত আৰক্ষী আৰু চিআৰপিএফে এখন সুৰাভৰ্তি ট্ৰাক...

Read more

গুৱাহাটীত কৃত্ৰিম শৈলাৰোহণৰ দেৱাল মুকলি

উত্তৰ-পূবৰ লোকসকলক দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্য গুৱাহাটীৰ ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰিনিঅৰশ্বিপ চমুকৈ আইআইই চৌহদত মুকলি কৰা হৈছে কৃত্ৰিম শৈলাৰোহণৰ...

Read more

মম ৰপ্তানিৰ বাবে বাংলাদেশৰ কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিলে এন আৰ এলে

নুমলীগড় ৰিফাইনেৰী লিমিটেডে বাংলাদেশৰ এমবিটি ট্ৰেড ইন্টাৰনেশ্যনেলৰ সৈতে এনআৰএলৰ পৰা বাংলাদেশলৈ সম্পূৰ্ণ পৰিশোধিত মমবাতিৰ মম যোগানৰ বাবে এক বুজাবুজিৰ চুক্তিত...

Read more

ইটানগৰত তিনিদিনীয়াকৈ আৰম্ভ হ’ল অৰুণাচল ফিল্ম ফেষ্টিভেল

যোৱা বৃহস্পতিবাৰৰ পৰা ইটানগৰৰ দৰ্জে খাণ্ডু ৰাজ্যিক সভা কেন্দ্ৰত আৰম্ভ হৈছে অৰুণাচল ফিল্ম ফেষ্টিভেল। অৰুণাচল ফিল্ম ফেষ্টিভেল চমুকৈ এএফএফৰ উদ্যোগত...

Read more

জিএনএলএৰ সকলো সদসই আত্মসমৰ্পন কৰাটো বিচাৰে চেম্পিয়ন চাংমাই

গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মি (জিএনএলএ)ৰ কাৰাৰুদ্ধ অধ্যক্ষ চেম্পিয়ন চাংমাই বাকী সকলো বিদ্ৰোহী সদস্যকে আত্মসমৰ্পন কৰাৰ বাবে আহ্বান জনাইছে। উচ্চতম ন্যায়ালয়ৰ...

Read more

বাংলাদেশৰ মুক্তিযোদ্ধা বীৰ প্ৰতীক কাকন বিবিৰ পৰলোকপ্ৰাপ্তি

বুধবাৰে নিশা দেহাৱসান ঘটা বাংলাদেশৰ মুক্তিযোদ্ধা বীৰ প্ৰতীক নূৰজাহান কাকন বিবিৰ নশ্বৰ দেশ সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে বৃহস্পতিবাৰে সুনামগঞ্জ জিলাৰ দুৱাৰাবাজাৰ...

Read more

বাজেটত ৰাজ্যৰ অংশকলৈ সন্তুষ্ট নহয় বিটিচি : প্ৰত্যক্ষভাৱে পুঁজি আৱন্টনৰ দাবী

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ দুদিনীয়া বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে সামৰণি পৰে। সামৰণিৰ দিনা ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ২,৪১৬.২৬ কোটি টকাৰ সাধাৰণ...

Read more

মমতা বেনাৰ্জীয়ে বিনিয়োগকাৰীক হাইজেক কৰাৰ অভিযোগ মন্ত্ৰী পাটোৱাৰীৰ

অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বৃহস্পতিবাৰে এই অভিযোগ কৰে যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ ৰাজ্যখনক উত্তৰ-পূব...

Read more
Page 4504 of 4590 1 4,503 4,504 4,505 4,590

Recent News