DMCA.com Protection Status

শীর্ষ সংবাদ

গুৱাহাটী ৰে’ল ষ্টেশ্যনত ৰে’লৰ পৰা ৩০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিলে জিআৰপিয়ে

গভৰ্মেন্ট ৰে’লৱে পুলিচে (জিআৰপি) তালাচীৰ সময়ত গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত শুকুৰবাৰে ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা ৩০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। ৰে’লখনত...

Read more

আন্দোলনকাৰী ছাত্ৰৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে হোমিঅ’ কলেজত তলাবন্ধ কাৰ্যসূচী

অসম বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে সদৌ অসম হোমিঅ’পেথিক ছাত্ৰ সন্থাকে ধৰি হোমিঅ’পেথিক চিকিৎসকৰ তিনিটা সংগঠনে দিছপুৰ লাষ্টগেটত গ্ৰহণ কৰা...

Read more

উত্তৰ-পূবৰ যুৱসমাজৰ সবলীকৰণ বিচাৰিছে অৰুণাচলৰ প্ৰথমগৰাকী আইপিএছ বিষয়াই

অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী আইপিএছ আইজিপি ৰবীন হিবুয়ে উত্তৰ-পূবৰ অসহায় জনসাধাৰণক সেৱা আগবঢ়াব বিচাৰে। হিবুয়ে তেওঁলোকৰ মাজত সজাগতা সৃষ্টিৰে সবলীকৰণ কৰি...

Read more

দেওধৰ ট্ৰফীত ইণ্ডিয়া-এ দলক প্ৰশিক্ষণ দিব প্ৰাক্তন ৰঞ্জী খেলুৱৈ নিশান্ত বৰদলৈয়ে

অসমৰ প্ৰাক্তন ৰঞ্জী খেলুৱৈ নিশান্ত বৰদলৈ আগন্তুক দেওধৰ ট্ৰফী প্ৰতিযোগিতাৰ বাবে ইণ্ডিয়া-এ দলৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছে। ভাৰতীয় অফ স্পীনাৰ...

Read more

ৰীমা দাসৰ চিনে’মা ‘ভিলেজ ৰকস্তাৰ্ছ’ শুকুৰবাৰে প্ৰদৰ্শিত হৈছে গ্লাছগ’ ফিল্ম ফে’ষ্টিভেলত

অসমৰ ৰীমা দাসৰ চিনে’মা ‘ভিলেজ ৰকস্তাৰ্ছ’ আজি প্ৰদৰ্শিত হৈছে য়ু কে’ৰ আগশাৰীৰ চিনে’মা উৎসৱ গ্লাছগ’ ফিল্ম ফে’ষ্টিভেলত। আজি সন্ধিয়া ৬ বজাত...

Read more

ম্যানমাৰক সীমান্তৰ পৰা শীঘ্ৰে সেনা প্ৰত্যাহাৰৰ আহ্বান বাংলাদেশৰ

ৰহিংগীয়া শৰণাৰ্থীক লৈ ম্যানমাৰ আৰু বাংলাদেশৰ মাজত উত্তেজনাই বিৰাজ কৰি থকাৰ মাজতে ম্যানমাৰক সীমান্তৰ পৰা শীঘ্ৰে সেনা প্ৰত্যাহাৰৰ আহ্বান জনাইছে...

Read more

জিলাখনৰ পৰা সামাজিক কুসংস্কাৰ নিৰ্মূলৰ সকল্প ল’লে কোকৰাঝাৰৰ সংগঠনে

সদৌ বড়ো ছাত্ৰ সন্থাৰ (আবছু) কোকৰাঝাৰ জিলা সমিতিয়ে ইয়াৰ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ সহযোগত কোকৰাঝাৰত সামাজিক কুসংস্কাৰ সম্পৰ্কত  শুকুৰবাৰে এখন সভাৰ...

Read more

শিক্ষাৰ্থীৰ প্ৰতিবাদত অৰুণাচলৰ নেৰিষ্টত অচলাৱস্থা: আঠ ছাত্ৰৰ আমৰণ অনশন

অৰুণাচলৰ নৰ্থ ইষ্টাৰ্ন ৰিজিঅ’নেল ইনষ্টিটিউট অৱ ছায়েন্স চমুকৈ নেৰিষ্টত এগৰাকী স্থায়ী সঞ্চালক নিযুক্তিৰ দাবীত আৰম্ভ হোৱা ধৰ্মঘটে আজি চতুৰ্থ দিনত...

Read more

এইচ আই ভি/এইডছৰ বিৰুদ্ধে যুঁজ : মিজোৰাম ৰাজ্যিক এইডছ নিয়ন্ত্রণ সমিতিৰ সৈতে আইজল এফ চিৰ বুজাবুজিৰ চুক্তি

সামাজিক দায়বদ্ধতাৰ দিশত এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰি আইজল এফ চিয়ে বৃহস্পতিবাৰে মাদক দ্ৰব্য প্ৰচলনৰ বিৰুদ্ধে আৰু এইচ আই ভি-এইডছ...

Read more
Page 4530 of 4586 1 4,529 4,530 4,531 4,586

Recent News