• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চানক্য নীতি: এনে পৰিস্থিতিত সাপৰ দৰে আচৰণ কৰক; কঠিন সময়ো পাৰ হৈ যাব অনায়াসে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2024 7:46 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আচাৰ্য চাণক্যক অৰ্থশাস্ত্ৰ আৰু নীতশাস্ত্ৰৰ জনক বুলি গণ্য কৰা হয়। তেওঁ নিজৰ জ্ঞান আৰু নীতিৰে ইতিহাসৰ গতিপথ সলনি কৰি দিছে। কেৱল ৰাজনীতিতে নহয়, সমাজৰ প্ৰতিটো বিষয়তে চাণক্যৰ গভীৰ জ্ঞান আৰু অন্তৰ্দৃষ্টি আছিল। জীৱন যাপনৰ বহু দিশৰ কথাও তেওঁ কৈছে। তেওঁৰ নীতি পুথি অৰ্থাৎ চাণক্য নীতিত মানৱ জীৱনক সহজ আৰু সফল কৰি তোলাৰ লগত জড়িত বহু কথা উল্লেখ কৰা হৈছে। তেওঁৰ মতে মানুহৰ সন্মান তেওঁৰ আটাইতকৈ ডাঙৰ সম্পদ। জীৱনত সন্মান বহু কষ্টৰ মূৰতহে লাভ হয়।

মানুহৰ জীৱন উত্থান-পতনেৰে ভৰা। যদি তেওঁলোকৰ জীৱনত দুখৰ ডাৱৰ থাকে, তেন্তে নিশ্চিতভাৱে সুখৰ বৰষুণো আছে। আচাৰ্য চাণক্যৰ নীতিয়ে আমাক বেয়া সময়ত সহায় কৰে। ই আমাক আন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱাৰ কামো কৰে। ইয়াৰ নীতিয়ে কয় কোনবোৰ পৰিস্থিতিত কেনে আচৰণ কৰিব লাগে। এই সন্দৰ্ভত আচাৰ্য চাণক্যই তেওঁৰ মতামত বিতংভাৱে ব্যক্ত কৰিছে।

তেওঁ কয় যে কঠিন সময়তো আমি বুদ্ধিমানৰূপে কাম কৰিলে প্ৰতিটো সংকটৰ পৰা হাত সাৰিব পাৰি। আচাৰ্য চাণক্যই বিপদৰ পৰা ওলাই আহিবলৈ সাপৰ দৰে আচৰণ কৰিবলৈ কৈছে। আচাৰ্য চাণক্যই কিয় সাপৰ দৰে আচৰণ কৰাৰ কথা ক’লে, জানো আহক।

Apply Now

আচাৰ্য চাণক্যই তেওঁৰ বক্তৱ্যত কৈছে যে সাপৰ পৰা বিষ আঁতৰাই দিলেও ই ফুচফুচোৱা বন্ধ নকৰে। এই আচৰণৰ বাবেই শত্ৰুৱে আক্ৰমণ কৰাৰ আগতে দুবাৰ চিন্তা কৰে। সেইদৰে কোনো ব্যক্তি দুৰ্বল হ’লেও আনৰ আগত নিজৰ অৱস্থা প্ৰদৰ্শন কৰা উচিত নহয়। যদি আপুনি আনৰ সন্মুখত শক্তিশালী আচৰণ কৰে তেন্তে আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব নোৱাৰে।

যেতিয়া কোনো ব্যক্তিৰ সমস্যাই আগুৰি থাকে তেতিয়া তেওঁ নিজৰ অনুভৱ আনৰ আগত প্ৰকাশ কৰে, কাৰণ সেই সময়ত তেওঁ নিজৰ লগতে দ্বন্দ্ব কৰি থাকে আৰু নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হয়। ইয়াৰ বাবেই তেওঁ সেইবোৰ আনৰ লগত ভাগ কৰে। বহুতে আপোনাৰ পৰিস্থিতিৰ সুযোগ লয়। সেয়ে, এনে পৰিস্থিতিত মনত ৰাখিব যে আপুনি আপোনাৰ চিন্তাধাৰা কেৱল আপোনাৰ প্ৰকৃত বন্ধুৰ লগতহে ভাগ কৰে যেন। আপোনাৰ সকলো দুখ আৰু সুখত যিয়ে আপোনাক সমৰ্থন কৰে আৰু লগতে যিয়েই আপোনাক প্ৰেৰণা দিয়ে।

আচাৰ্য চাণক্যৰ মতে এজন সফল ব্যক্তিয়ে কেতিয়াও নিজৰ দুৰ্বলতা কাৰো লগত শ্বেয়াৰ কৰা উচিত নহয়। কাৰণ আনে আপোনাৰ দুৰ্বলতা বাৰে বাৰে উল্লেখ কৰিলে আপোনাৰ অৱস্থাৰ সুযোগ ল’ব পাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd