DMCA.com Protection Status

শীর্ষ সংবাদ

পাভক পুনৰ বনাঞ্চল হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি বনমন্ত্ৰীৰ

লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ পাভ সংৰক্ষিত অভয়াৰণ্যখনক পুনৰ বনাঞ্চল হিচাপে গঢ়ি তুলিব ৰাজ্যৰ বন বিভাগে। ১৯৩৬ চনত...

Read more

শিৱসাগৰ জিলাৰ ঐতিহাসিক ডিমৌ পুখুৰী বেদখল মুক্ত হ’ব নে?

৬০০ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল  ইতিহাসৰ চানেকি থকা বহু সম্পদ আজিও সংৰক্ষণৰ অভাৱত জহি খহি যোৱাৰ লগতে বেদখলকাৰীৰ কবলত পৰি...

Read more

আলফা নেতা দৃষ্টি অসমে লোৱা নাই জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষৰ দায়িত্ব : পৰেশ অসম

সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ উপ মুখ্য সেনাধ্যক্ষ কৰ্নেল দৃষ্টি অসমে গাৰো বিদ্ৰোহী সংগঠন জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ...

Read more

আছিয়ান দেশসমূহলৈ গুৱাহাটীৰ পৰা প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰিবলৈ এয়াৰ এছিয়াক আহ্বান মুখ্যমন্ত্ৰীৰ

গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা বিশ্ব বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ পৰৱৰ্তী কাৰ্য ৰূপায়নৰ অংশ হিচাপে আজি দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ...

Read more

এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এনপিএফৰ অভিযোগ দাখিল

এনপিএফে সোমবাৰে এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ আনি গোচৰ দাখিল কৰিছে। নিৰ্বাচন...

Read more

নিয়কুম য়ুল’উ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিয়কুম য়ুল’উ উপলক্ষে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক, বিশেষকৈ নিয়িশিসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। নিয়কুম য়ুল’উ উৎসৱ ৰাজ্যখনৰ নিয়িশি সম্প্ৰদায়ৰ...

Read more

অসমৰ লেখিকা পৰিস্মিতা সিঙৰ শেহতীয়া গ্ৰন্থৰ পটভূমি বিটিএডি

বিশিষ্ট ভাৰতীয় ইংৰাজী লেখিকা পৰিস্মিতা সিঙৰ শেহতীয়া চুটি গল্পৰ সংকলন ‘’পীচ হেছ কাম’’ত অসমৰ সন্ত্ৰাস অধ্যুষিত বিটিএডি অঞ্চলত বাস কৰা...

Read more

অনিল ৰাজাক দলৰ পৰা বহিষ্কাৰ অসম প্ৰদেশ কংগ্ৰেছৰ : দিয়া নাছিল কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ

অনিল ৰাজাক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছে। দলে ৰাজালৈ জাৰি কৰা কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ নিদিয়াৰ বাবেই তেওঁক আজি...

Read more

দৰঙত বজ্ৰপাতত ২০ বছৰীয়া মহিলাৰ মৃত্যু, দুটি শিশুকে ধৰি আহত ৩ জন

দৰং জিলাৰ দলগাওঁ ৰাজহ চক্ৰৰ অধীনৰ শ্যামপুৰ আৰু বৰইপাৰা গাঁৱত সোমবাৰে ৰাতিপুৱা সংঘটিত হোৱা বজ্ৰপাতত ২ নং শ্যামপুৰ গাঁৱৰ চৈয়দা...

Read more

বিয়াত বহিবলৈ জোৰ কৰা বাবে মাক-দেউতাকৰ বিৰুদ্ধে কাছাৰৰ নৱম শ্ৰেণীৰ ছাত্ৰীয়ে তৰিলে গোচৰ

জোৰ কৰি বিয়া দিব খোজা মাক-দেউতাকৰ বিৰুদ্ধে গোচৰ তৰিলে কাছাৰ জিলাৰ ১৫ বছৰীয়া ছোৱালী এজনীয়ে। সহপাঠী এগৰাকী ছাত্ৰীৰ পৰামৰ্শ অনুসৰি...

Read more
Page 4535 of 4586 1 4,534 4,535 4,536 4,586

Recent News