DMCA.com Protection Status

শীর্ষ সংবাদ

পৰশুৰাম কুণ্ডৰ সৰ্বাত্মক বিকাশৰ বাবে অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰই শুকুৰবাৰে লোহিত জিলাত অৱস্থিত পৰশুৰাম কুণ্ড ভ্ৰমণ কৰে। তীৰ্থস্থানখনৰ বিষয়ে জানিবলৈ ৰাজ্যপালগৰাকীয়ে লোহিত...

Read more

নাগালেণ্ড বিধানসভা নিৰ্বাচন : ৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন

মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ প্ৰথমদিনটোত শুকুৰবাৰে ৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। ইয়াৰে ছয় গৰাকী নিৰ্দলীয় আৰু এগৰাকী কংগ্ৰছ প্ৰাৰ্থী।...

Read more

ত্ৰিপুৰাৰ বাওঁমৰ্চা চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ ‘অভিযোগনামা’ প্ৰকাশ

আসন্ন নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে বিজেপি দলে ত্ৰিপুৰাত তেওঁলোকৰ নিৰ্বাচনী যুদ্ধ জোৰদাৰ কৰি তুলিছে। মেঘালয়ৰ পিছত এইবাৰ বিজেপিয়ে ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত...

Read more

সাহিত্য একাডেমিৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত হ’ব দুদিনীয়া জনজাতীয় সাহিত্য উৎসৱ

ভাৰতীয় সাহিত্য বিষয়ক ৰাষ্ট্ৰীয় সংস্থা সাহিত্য একাডেমিয়ে অহা ১২ ফেব্ৰুৱাৰিৰ পৰা ইয়াৰ বাৰ্ষিক সাহিত্য উৎসৱত ‘পূবলৈ চোৱা’ নীতি অনুসৰণ কৰিব।...

Read more

স্বাস্থ্য খণ্ডৰ সূচকাংক: নীতি আয়োগৰ প্ৰতিবেদনত শেহৰ পিনে স্থান অসমৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিশ্ববেংক আৰু নীতি আয়োগে সন্মিলিতভাৱে প্ৰকাশ কৰা এখন প্ৰতিবেদনত অসমৰ স্বাস্থ্যখণ্ডৰ পুতৌলগা ছবিখন স্পষ্ট...

Read more

ইতিহাস সৃষ্টি কৰি বিধান সভাৰ বাজেট অধিৱেশনত উপস্থিত নাথাকিল অসম চৰকাৰৰ এজনো মন্ত্ৰী

চৰকাৰৰ এজনো মন্ত্ৰী চলি থকা বাজেট অধিৱেশনত আজি উপস্থিত নথকাক লৈ বিৰোধীৰ ব্যাপক সমালোচনাৰ সম্মুখীন হৈছে অসম চৰকাৰ। শুকুৰবাৰে বাজেট...

Read more

বিহালী সংৰক্ষিত বনাঞ্চলত মাৰিলে আকৌ এটা বনৰীয়া হাতী

অসম অৰুণাচল সীমান্তৰ বিহালী সংৰক্ষিত বনাঞ্চলত দুৰ্বৃত্তই এটা বনৰীয়া হাতী হত্যা কৰাৰ খবৰ পোৱা গৈছে। বিশ্বনাথ জিলাৰ পূব শোণিতপুৰ খণ্ডৰ...

Read more

‘নিকা নিৰ্বাচন’ৰ আহ্বানেৰে মোককচাঙৰ ঘৰে ঘৰে উৰিছে বগা পতাকা

নিৰ্বাচনমুখী নাগালেণ্ডৰ মোককচাঙৰ বহুতৰে ঘৰৰ মূধচত দেখা গৈছে ‘নিকা নিৰ্বাচন’ৰ আহ্বানযুক্ত বগাৰঙী পতাকা। জানিব পৰা মতে উন্নততৰ নাগালেণ্ডৰ বাবে ৰাইজৰ...

Read more

বোকাখাতত ৰাইজে খেদিলে প্ৰাক্তন বিধায়ক জিতেন গগৈক : শিৱৰাত্ৰি মেলাৰ নামত মন্দিৰৰ পৰিৱেশ, গছ-বন ধ্বংস

‘কাজিৰঙাৰ ৰজা’ বুলি দাবী কৰা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ এটা মন্দিৰৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত আজি স্থানীয় ৰাইজৰ ৰোষৰ বলি...

Read more
Page 4552 of 4583 1 4,551 4,552 4,553 4,583

Recent News