শীর্ষ সংবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে শান্তি আলোচনা প্ৰক্ৰিয়া বন্ধ হ’ব : অৰবিন্দ ৰাজখোৱা

অৱশেষত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই। যদিহে এই বিধেয়ক সংসদত গৃহীত হয় তেন্তে...

Read moreDetails

বিশিষ্ট কবি নীলমণি ফুকনৰ ‘পাহৰিব নোৱৰিলোঁ যি’ উন্মোচন

কবিতাও যে জীৱনৰ অন্য এক ৰূপ তাক সকলোকে বুজাই দিয়া ঋষিতুল্য কবি নীলমণি ফুকনৰ বয়স এতিয়া প্ৰায় চাৰিকুৰি পাঁচবছৰ। দৃষ্টিশক্তি...

Read moreDetails

শৰাইঘাটত দ্বিতীয়খন ৰে’ল দলঙৰ দাবী আৰু ৰে’ল বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে ১৫ মে’ত ৰঙিয়াত অৱস্থান কাৰ্যসূচী

দশক দশকজুৰি ৰে’ল মন্ত্ৰ্যালয়ে অসমবাসীৰ প্ৰতি কৰি অহা বঞ্চনাৰ প্ৰতিবাদত বহু কেইটা দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে সন্মিলতভাৱে অহা ১৫ মে’ত ৰঙিয়াৰ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কলিয়াবৰ অগপৰ গণ স্বাক্ষৰ অভিযান

ৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন৷ অসমে কেতিয়াও হিন্দু বাংলাদেশীৰ বোজা...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নৰ্থ ইষ্ট অমেনছ ফ্ৰন্টৰ গণ স্বাক্ষৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ- বিক্ষোভৰ জুই জ্বলি থকাৰ মাজতে আজি গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ সমীপত...

Read moreDetails

জাতিংগা-হাৰাংগাজাও ঘাইপথ মেৰামতিক লৈ নিৰ্বিকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ

যোৱা কেইবা দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত ভূমিস্খলনৰ লগতে পাহাৰীয়া নৈৰ পানী বৈ আহি জাতিংগা-হাৰাংগাজাও ঘাইপথত যানবাহন চলাচল ব্যাহত হৈ...

Read moreDetails

ৰহিংগীয়া শৰণাৰ্থী সমস্যাৰ বাতৰি পৰিৱেশনেৰে ‘বাফটা’ বঁটা জিনিলে স্কাই নিউজে

ম্যানমাৰৰ ৰহিংগীয়া শৰণাৰ্থীৰ জীৱন- মৰণৰ সমস্যাৰ ছবিখন বাতৰিৰ মাধ্যমেৰে সমগ্ৰ বিশ্ববাসীৰ আগত উন্মোচিত কৰাৰ বাবে সন্মানীয় ‘বাফটা’ বঁটা জয় কৰিবলৈ...

Read moreDetails

বৰ্ণাঢ্য সাংস্কৃতিক মহামিলনেৰে সামৰণি পৰিল ঐতিহ্যমণ্ডিত ঢকুৱাখনাৰ ফাট বিহু

দেওবাৰে ৰাতিপুৱাৰ পৰাই ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত আৰম্ভ হোৱা ঢোল-তাল,পেঁপা-গগনা,নাচনীৰ নাচোন, জাত জাত বিহু নাম আৰু ঐনিতমৰ সুৰৰ মাজৰে সামৰণি পৰিল...

Read moreDetails

চোৰাং সোণৰ বিস্কুট সহ গুৱাহাটীত বিজেপিৰ যুৱ নেতাক গ্ৰেপ্তাৰ

অসমৰ বিজেপিৰ যুৱ মৰ্চাৰ এজন নেতাক আন তিনিজন ব্যক্তিৰ সৈতে সোণৰ চোৰাং বেহাৰ লগত জড়িত থকাৰ অভিযোগত দেওবাৰে জালুকবাৰীত আৰক্ষীয়ে...

Read moreDetails

১৬ মে’ৰ পৰা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজোৰা আন্দোলনৰ ঘোষণা যুৱ-ছাত্ৰ পৰিষদৰ

হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ ৰাজ্যজোৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে...

Read moreDetails
Page 5065 of 5214 1 5,064 5,065 5,066 5,214

Stay Connected

Recent News