শীর্ষ সংবাদ

হিজবুল মুজাহিদিনত ‘যোগ দিয়া’ হোজাইৰ যুৱকক লৈ টুইট জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰীৰ

হোজাই যমুনামুখৰ কমৰুজ জামানে কাশ্মীৰী পৃথকতাবাদী উগ্ৰপন্থী সংগঠন হিজবুল মুজাহিদিন ( Hizbul Mujahideen )ত যোগদান কৰা বুলি অসমত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ...

Read moreDetails

অসম নেপালী সাহিত্য সভাৰ সভাপতি হৰি গজুৰেলৰ দেহাৱসান

অসম নেপালী সাহিত্য সভাৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰি গজুৰেলৰ যোৱা নিশা বিশ্বনাথ চাৰিআলিৰ গলিয়াৰ নিজা বাসভৱনত দেহাৱসান ঘটে ।...

Read moreDetails

দৰমহা আদায়ৰ দাবীত আজি নগাওঁ কাগজ কলৰ শ্ৰমিকৰ প্ৰতিবাদ

বিগত ১৬ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা নগাওঁ কাগজ কলৰ ঠিকা ভিত্তিক অস্থায়ী শ্ৰমিকসকলে আজি কাগজ কলটোৰ মূল...

Read moreDetails

এন আৰ চি : কাছাৰত সুস্মিতা দাস, লখিমপুৰত নুৰ হুছেইন নামৰ দুজন ‘বিদেশী’ আটক

উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰীক্ষণত অসমত চলি থকা এন আৰ চি উন্নীতকৰণত ভুৱা তথ্যৰে নাম সুমুৱাব খোজা লখিমপুৰৰ নুৰ হুছেইন আৰু  কাছাৰৰ...

Read moreDetails

হিজবুল মুজাহিদিনত যোগদান কৰা কমৰুজৰ পৰিয়ালৰ লোকক আৰক্ষীৰ সোধা-পোছা

অসমৰ যুৱকে নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনত যোগদান কৰা বুলি ওলোৱা খবৰে স্বাভাবিকতে অস্বস্তিত পেলাইছে ৰাজ্যবাসীৰ লগতে অসম আৰক্ষীক।...

Read moreDetails

ভুৱা প্ৰমাণ পত্ৰ লৈ অসমৰ মাদ্ৰাছাত শিক্ষকতা; ‘ভুৱা ডক্টৰে’ট‘ৰ পিছত পুনৰ সৰৱ ‘নাগৰিক সুৰক্ষা মঞ্চ’

উত্তৰ প্ৰদেশৰ ৰামপুৰ অৰিয়েন্টেল মহাবিদ্যালয়ৰ পৰা চাৰ্টিফিকেট কিনি আনি একাংশই শিক্ষকতা কৰি আছে অসমৰ মাদ্ৰাছাত। ভুৱা ডক্টৰে’ট ডিগ্ৰীধাৰীয়েও অসমৰ মহাবিদ্যালয়ত...

Read moreDetails

কমনৱেল্‌থ গেইমছ : ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে অসম জীয়াৰী হিমা দাস ফাইনেলত

অষ্ট্ৰেলিয়াৰ গ’ল্ড কষ্টত চলি থকা ২১ সংখ্যক কমনৱেল্থ গেমছত আজি মহিলাৰ দৌৰৰ ৪০০ মিটাৰ শাখাত অসমৰ হিমা দাসে ফাইনেলত প্ৰৱেশ...

Read moreDetails

অজৈৱিক পাচলি আমদানি নিষিদ্ধকৰণ প্ৰত্যাহাৰৰ দাবী ছিকিম ক্ৰান্তিকাৰী মঞ্চৰ

জৈৱিক কৃষিক উৎসাহিত কৰিবলৈ ছিকিম চৰকাৰে ৰাজ্যখনত অজৈৱিক পাচলি আমদানি নিষিদ্ধকৰণ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ তাৰ তীব্ৰ বিৰোধিতা কৰিছে ছিকিম...

Read moreDetails

অবিশ্বাস্য হ’লেও সত্য : মাজুলীৰ কৃষকে পথাৰত পোক ধৰি গঢ়িলে অভিলেখ

বান আৰু গৰাহখহনীয়াই জুৰুলা কৰা মাজুলীৰ কৃষক সকলে বছৰ বছৰধৰি সন্মুখীন হৈ অহা এক ডাঙৰ সমস্যা হৈছে কৃষি পথাৰত হাতীপোকৰ...

Read moreDetails

অসম ৰাইফলছৰ অভিযানত মণিপুৰত পুনৰ মাৰাণাস্ত্ৰ উদ্ধাৰ

মণিপুৰত অসম ৰাইফলছ, ৫নং জম্মু-কাশ্মীৰ ৰাইফলছ আৰু বিষ্ণুপুৰ জিলা আৰক্ষী কামাণ্ডোৰ এক যুটীয়া অভিযানত দুটাকৈ মাৰাণাস্ত্ৰ উদ্ধাৰ হোৱা এক ঘটনাই...

Read moreDetails
Page 5097 of 5206 1 5,096 5,097 5,098 5,206

Stay Connected

Recent News