• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিঠা খাই ভালপোৱা মেকুৰীয়ে পিছে অনুভৱ নকৰে মিঠা সোৱাদ! কিয় জানেনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2020 7:38 pm
cat122
299
VIEWS
Share on FacebookShare on Twitter

ঘৰৰ মেকুৰীটোক গাখীৰে-চেনীয়ে ভাত সানি মৰমেৰে খুৱালেও পিছে মেকুৰীটোৱে চেনীৰ মিঠা সোৱাদ কেতিয়াও লাভ কৰিব নোৱাৰে।

মেকুৰীৰ বাবে এয়া অভিশাপ বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব।

কাৰণ ৪৮০০ বছৰ পূৰ্বৰে পৰা ঘৰচীয়া হোৱা  মেকুৰীৰ দেহৰ পৰা মিঠা সোৱাদ লাভৰ গ্ৰন্থি হেৰাই গৈছে বুলি বিজ্ঞানী সকলে ধাৰণা কৰি আহিছে।

মেকুৰীৰ জিভাত মিঠা সোৱাদ লাভৰ গ্ৰন্থি নাই বাবেই যিমান মিঠা বস্তু দিলেও মেকুৰীয়ে সেই সোৱাদ লাভ নকৰে।

ফিলাডেলফিয়াৰ মনেল কেমিকেল ছেন্সেছ চেণ্টাৰৰ গৱেষক যোচেফ ব্ৰেণ্ডে প্ৰকাশ কৰা মতে কেতবোৰ বিশেষ সোৱাদ লাভৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দ্দিষ্ট জিনে মুখ্য ভূমিকা গ্ৰহণ কৰে।

তেনে জিনৰ ভিতৰত Tas1r2  আৰু  Tas1r3 জিন অন্যতম।মেকুৰীৰ ক্ষেত্ৰত তেনে জিনৰ উপস্থিতি নথকাৰ বাবেই মেকুৰীয়ে মিঠা বস্তুৰ সোৱাদ লাভ কৰিব নোৱাৰে বুলি তেওঁ কয়।

পশু-পক্ষীৰ খাদ্যৰ ৰুচিৰ ওপৰত ভিত্তি কৰিয়েই পশু খাদ্য প্ৰস্তুতকৰ্তা সকলে খাদ্য প্ৰস্তুত কৰি আহিছে।

মেকুৰীয়ে যিহেতু মিঠা সোৱাদ লাভ নকৰে সেই বাবে মেকুৰীৰ খাদ্য কৃত্ৰিম ভাৱে মিঠা কৰাৰ বিষয়ত পশু খাদ্য প্ৰস্তুতকৰ্তা সকলে কোনো দিনে গুৰুত্ব নিদিয়ে।

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd