• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ দুই চোৰাং কেমিকেল বৱ্যসায়ীৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চি বি আইৰ অভিযান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 29, 2018 10:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত আজি পুৱা চি বি আইৰ উপ-অধীক্ষক টি এল জামালৰ নেতৃত্বত অহা ৪০ জনীয়া এটা দলে কেমিকেল চোৰাং ব্যৱসায়ীৰ ঘৰত অতৰ্কিতে অভিযান চলায়।

চি বি আইৰ দলটোৱে আজি পুৱা দৰিকাপাৰৰ এন আৰ এল পে’ট্ৰল পাম্পৰ সমীপৰ বাবুল দিহিঙীয়াৰ ঘৰত আৰু ষ্টেশ্যন চাৰিআলিৰ হংসৰাজ ভৱনত থকা সঞ্জীৱ কাকতিৰ মালিকনাধীন উদিপ্তা এনাৰ্জীৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো অভিযান চলায়।

গুৱাহাটী আৰু শ্বিলং কাৰ্যালয়ৰ পৰা পূৰ্বতে ৰুজু হোৱা কেমিকেল চুৰি সংক্ৰান্তীয় এক গোচৰৰ ভিত্তিতেই চি বি আইৰ দলটোৱে অভিযান চলায় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বিগত সময়ছোৱাত শিৱসাগৰ আৰক্ষীয়ে অ’নজিচিৰ চোৰাং কেমিকেল মাফিয়াৰ বিৰুদ্ধে যুদ্ধংদেহি স্থিতি গ্ৰহণ কৰাৰ পাছতেই কেন্দ্ৰীয় পে’ট্ৰলিয়াম মন্ত্ৰীৰ নিৰ্দেশত চোৰাং কেমিকেল মাফিয়াৰ বিৰুদ্ধে চিবিআইৰ ওচৰত এটা গোচৰ ৰুজু কৰিছিল।

উক্ত গোচৰৰ ভিত্তিতেই যোৱা ২৮ মাৰ্চত চি বি আইৰ এটা বৃহৎ দলে ওৰে নিশা বাবুল দিহিঙ্গীয়াৰ গোদামত অভিযান চলাই দুখন কেমিকেল ভৰ্তি ট্ৰাক সহ দুই কোটি টকাৰ অ’এনজিচিৰ চুৰি কেমিকেল জব্দ কৰিছিল।

আনহাতে বিগত সময়ছোৱাত এনজিচিৰ চোৰাং কেমিকেল বেহাৰ সৈতে ব্যৱসায়ী সঞ্জীৱ কাকতিৰ দৰে কোটিপটি  ব্যৱসায়ীয়ে বাবুল দিহিঙ্গীয়াৰ চোৰাং বেহাৰ সৈতে আঁৰত থাকি নেতৃত্ব দিয়া বুলি অভিযোগ উত্থাপন হৈছিল।

তাৰোপৰি বাবুল দিহিঙীয়াই চুৰি কৰি অনা নিগমৰ বাবে আবণ্টিত কোটি কোটি টকাৰ বেন্টনাইড, কে চি এল (পটাছিয়াম ক্লৰাইড),  ক্লাষ্টিক  চ’ডা, বৰিক এছিড, পলিমাৰ শ্ৰেণীৰ কেমিকেল সমূহ শিৱসাগৰতে ৰি পেকেজিং কৰি আন যোগনীয়াৰ সহায়ত অ’এনজিচিক যোগান ধৰি অহা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

যাৰ বাবে আজি বাবুল দিহিঙীয়া আৰু সঞ্জীৱ কাকতিৰ বাসভৱন, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে সঞ্জীৱ কাকতিৰ গাণনিকজনৰ মেলাচকৰৰ বাসগৃহতো চিবিআইৰ দলটোৱে দীৰ্ঘ সময় ধৰি তালাচী অভিযান চলায়।

চি বি আইৰ এই অভিযানৰ পিছত কোনো ব্যক্তিক আটক কৰা নাই আৰু কোনো ধৰণৰ সামগ্ৰী, নথিপত্ৰ জব্দ কৰা নাই বুলি জানিব পৰা গৈছে।

ইফালে চোৰাং কেমিকেলৰ বিৰুদ্ধে চি বি আইয়ে অভিযান চলাই থকাৰ সময়তেই আইকৰ বিভাগে নগৰৰ বিজি ৰোডৰ মাংগিলাল ডালমিয়াৰ মালিকনাধীন দুৰ্গা হাৰ্ডৱেৰত অভিযান চলায়। অৱশ্যে এই অভিযান সন্দৰ্ভত আয়কৰ বিভাগে সংবাদ মাধ্যমৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd