• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ দুই চোৰাং কেমিকেল বৱ্যসায়ীৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চি বি আইৰ অভিযান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 29, 2018 10:39 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত আজি পুৱা চি বি আইৰ উপ-অধীক্ষক টি এল জামালৰ নেতৃত্বত অহা ৪০ জনীয়া এটা দলে কেমিকেল চোৰাং ব্যৱসায়ীৰ ঘৰত অতৰ্কিতে অভিযান চলায়।

চি বি আইৰ দলটোৱে আজি পুৱা দৰিকাপাৰৰ এন আৰ এল পে’ট্ৰল পাম্পৰ সমীপৰ বাবুল দিহিঙীয়াৰ ঘৰত আৰু ষ্টেশ্যন চাৰিআলিৰ হংসৰাজ ভৱনত থকা সঞ্জীৱ কাকতিৰ মালিকনাধীন উদিপ্তা এনাৰ্জীৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো অভিযান চলায়।

Apply Now

গুৱাহাটী আৰু শ্বিলং কাৰ্যালয়ৰ পৰা পূৰ্বতে ৰুজু হোৱা কেমিকেল চুৰি সংক্ৰান্তীয় এক গোচৰৰ ভিত্তিতেই চি বি আইৰ দলটোৱে অভিযান চলায় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বিগত সময়ছোৱাত শিৱসাগৰ আৰক্ষীয়ে অ’নজিচিৰ চোৰাং কেমিকেল মাফিয়াৰ বিৰুদ্ধে যুদ্ধংদেহি স্থিতি গ্ৰহণ কৰাৰ পাছতেই কেন্দ্ৰীয় পে’ট্ৰলিয়াম মন্ত্ৰীৰ নিৰ্দেশত চোৰাং কেমিকেল মাফিয়াৰ বিৰুদ্ধে চিবিআইৰ ওচৰত এটা গোচৰ ৰুজু কৰিছিল।

উক্ত গোচৰৰ ভিত্তিতেই যোৱা ২৮ মাৰ্চত চি বি আইৰ এটা বৃহৎ দলে ওৰে নিশা বাবুল দিহিঙ্গীয়াৰ গোদামত অভিযান চলাই দুখন কেমিকেল ভৰ্তি ট্ৰাক সহ দুই কোটি টকাৰ অ’এনজিচিৰ চুৰি কেমিকেল জব্দ কৰিছিল।

আনহাতে বিগত সময়ছোৱাত এনজিচিৰ চোৰাং কেমিকেল বেহাৰ সৈতে ব্যৱসায়ী সঞ্জীৱ কাকতিৰ দৰে কোটিপটি  ব্যৱসায়ীয়ে বাবুল দিহিঙ্গীয়াৰ চোৰাং বেহাৰ সৈতে আঁৰত থাকি নেতৃত্ব দিয়া বুলি অভিযোগ উত্থাপন হৈছিল।

তাৰোপৰি বাবুল দিহিঙীয়াই চুৰি কৰি অনা নিগমৰ বাবে আবণ্টিত কোটি কোটি টকাৰ বেন্টনাইড, কে চি এল (পটাছিয়াম ক্লৰাইড),  ক্লাষ্টিক  চ’ডা, বৰিক এছিড, পলিমাৰ শ্ৰেণীৰ কেমিকেল সমূহ শিৱসাগৰতে ৰি পেকেজিং কৰি আন যোগনীয়াৰ সহায়ত অ’এনজিচিক যোগান ধৰি অহা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

যাৰ বাবে আজি বাবুল দিহিঙীয়া আৰু সঞ্জীৱ কাকতিৰ বাসভৱন, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে সঞ্জীৱ কাকতিৰ গাণনিকজনৰ মেলাচকৰৰ বাসগৃহতো চিবিআইৰ দলটোৱে দীৰ্ঘ সময় ধৰি তালাচী অভিযান চলায়।

চি বি আইৰ এই অভিযানৰ পিছত কোনো ব্যক্তিক আটক কৰা নাই আৰু কোনো ধৰণৰ সামগ্ৰী, নথিপত্ৰ জব্দ কৰা নাই বুলি জানিব পৰা গৈছে।

ইফালে চোৰাং কেমিকেলৰ বিৰুদ্ধে চি বি আইয়ে অভিযান চলাই থকাৰ সময়তেই আইকৰ বিভাগে নগৰৰ বিজি ৰোডৰ মাংগিলাল ডালমিয়াৰ মালিকনাধীন দুৰ্গা হাৰ্ডৱেৰত অভিযান চলায়। অৱশ্যে এই অভিযান সন্দৰ্ভত আয়কৰ বিভাগে সংবাদ মাধ্যমৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd