• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2023 7:16 am
141
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰ দুজন জ্যেষ্ঠ ৰে’ল বিষয়া আৰু এজন ঠিকাদাৰক উৎকোচৰ গোচৰত গুৱাহাটী আৰু শিলচৰত গ্ৰেপ্তাৰ কৰিছে।

চিবিআইৰ এটা দলে এন এফ ৰে’লৱেৰ উপ মুখ্য অভিযন্তা ৰামপাল দে আৰু জ্যেষ্ঠ শাখা অভিযন্তা (এছএছই) সন্তোষ কুমাৰ আৰু গুৱাহাটীস্থিত এটা ব্যক্তিগত কোম্পানীৰ সজ্জন চৌধুৰী নামৰ এজন ঠিকাদাৰক গ্ৰেপ্তাৰ কৰে।

চিবিআইয়ে এন এফ ৰে’লৱেৰ চাৰিজন বিষয়া আৰু উক্ত ব্যক্তিগত কোম্পানীৰ ঠিকাদাৰ আৰু কৰ্মচাৰীসহ আনসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

এনএফ ৰে’লৱেৰ দুজন বিষয়াই এজন ব্যক্তিৰ সৈতে কামৰ চুক্তি, পৰিমাপ পুস্তিকা প্ৰস্তুত কৰা, একাউণ্ট বিল উলিওৱা প্ৰক্ৰিয়া, এনএফ ৰে’লৱেত চলি থকা নিৰ্মাণ কাৰ্যৰ বাবে পৰিচালিত আৰু বৰ্ধিত বিলৰ বিৰুদ্ধে আগতীয়াকৈ পৰিশোধ মুকলি কৰাৰ লগতে ছিকিউৰিটি ডিপ’জিট আৰু বেংক গেৰাণ্টি আগতীয়াকৈ মুকলি কৰাৰ বাবে ব্যক্তিগত ঠিকাদাৰসকলক অবাঞ্চিত অনুগ্ৰহ দেখুওৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি সংস্থাটোৱে কয়।

চিবিআইৰ এটা দলে পৰিকল্পনা ৰচনা কৰি শিলচৰৰ জ্যেষ্ঠ শাখা অভিযন্তাগৰাকীক ব্যক্তিগত কোম্পানীৰ এজন কৰ্মচাৰীৰ পৰা ৮ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত ধৰা পেলায়।

অসম, ইম্ফল, দিল্লী, বিহাৰ আৰু হাৰিয়ানাকে ধৰি প্ৰায় ১৯ টা স্থানত অভিযুক্ত আৰু অন্যান্যসকলৰ চৌহদত তালাচী চলাই ১.০২ কোটি টকা উদ্ধাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা সকলো অভিযুক্তক চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়।

এজন বিষয়াই লগতে  জানিবলৈ দিয়ে যে উপ মুখ্য অভিযন্তা আৰু উক্ত ঠিকাদাৰজনক পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে জ্যেষ্ঠ শাখা অভিযন্তাগৰাকী ৩ দিনৰ ট্ৰেঞ্জিট ৰিমাণ্ডত আছে।

Recent News

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd