• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰাৰুদ্ধ চিছ’দিয়াৰ বিৰুদ্ধে আন এক কেলেংকাৰীৰ গোচৰ চিবিআইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2023 3:42 pm
Sisodia
148
VIEWS
Share on FacebookShare on Twitter

সুৰা কেলেংকাৰীৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা আপ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বিৰুদ্ধে আন এক কেলেংকাৰীৰ গোচৰত ৰুজু কৰিছে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- এ। এইবাৰ দিল্লী চৰকাৰৰ ফিডবেক ইউনিট (এফ বি ইউ)ত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত চিছ’দিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰেছে তদন্তকাৰী সংস্থাটোৱে।

২০১৫ চনত দিল্লীত ক্ষমতালৈ অহাৰ পিছত আপে গঠন কৰিছিল এই ফিডবেক ইউনিট (এফ বি ইউ)। চিবিআইৰ দাবী মতে, এই ফিডবেক ইউনিটৰ অবৈধ পদ্ধতিৰে গঠন কৰা হৈছিল আৰু এনে অবৈধ পদ্ধতিৰে কাম কৰাৰ ফলত চৰকাৰী ৰাজকোষত প্ৰায় ৩৬ লাখ টকাৰ অনিয়ম হৈছে।

ইফালে দলীয় সতীৰ্থ চিছ’দিয়াৰ বিৰুদ্ধে চিবিআইৰ এই নতুন গোচৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। চিবিআইৰ এই পদক্ষেপক কেজৰিৱালে দেশৰ বাবে দুখজনক বুলি অভিহিত কৰে।

আপৰ মুৰব্বীগৰাকীয়ে লগতে মনীষ চিছ’দিয়াৰ বিৰুদ্ধে এয়া প্ৰধানমন্ত্ৰী মোদীৰ ষড়যন্ত্ৰ বুলিও অভিযোগ কৰে। “প্ৰধানমন্ত্ৰীৰ পৰিকল্পনা হৈছে মনীষৰ বিৰুদ্ধে কেইবাটাও ভুৱা গোচৰ জাপি দি দীৰ্ঘদিন জিম্মাত ৰখোৱা। দেশৰ বাবে এয়া দুখৰ কথা!”– এক টুইট যোগে কেজৰিৱালে কয়।

উল্লেখ্য যে, বিগত ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত চিছ’ডিয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি দিছিল। চিবিআইৰ প্ৰতিবেদনত চিছ’ডিয়াই ফিডবেক ইউনিটক ৰাজনৈতিক তথ্য সংগ্ৰহৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল বুলি অভিযোগ কৰা হৈছে।

ভাৰতীয় জনতা পাৰ্টিয়ে চিছ’দিয়া আৰু আপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ আহ্বান জনোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী কেজৰিৱালে এই অভিযোগক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি উত্থাপিত অভিযোগ খণ্ডন কৰিছে।

Recent News

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd