• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৫ ফেব্ৰুৱাৰিৰ পৰা চিবিএছচিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা; ছাত্ৰ-ছাত্ৰীলৈ কি নিৰ্দেশ?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2019 7:20 pm
512841-cbse-exam-new

প্ৰতিনিধিত্বমূলক ফটো

615
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চিবিএছচি) দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা নৱবৰ্ষৰ ১৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’ব।

পৰীক্ষাৰ প্ৰথম দিনটোত দুয়োটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বৃত্তিমূলক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

চিবিএছচিৰ তৰফৰ পৰা জাৰি কৰা পৰীক্ষাৰ কাৰ্যসূচী অনুসৰি দুয়োটা শ্ৰেণীৰে শিক্ষান্ত পৰীক্ষাৰ্থীসকলৰ বাবে ৰাতিপুৱা ১০:৩০বজাৰ পৰা ১:৩০ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব।

আনহাতে,ইয়াৰ পূৰ্বে ১০বজাৰ পৰা ১০:১৫ বজাৰ মাজত উত্তৰ বহী বিতৰণ কৰা হ’ব আৰু ১০:১৫বজাৰ পৰা ১০:৩০ বজাৰ ভিতৰত প্ৰশ্নকাকত বিতৰণ কৰা হ’ব।

দশম শ্ৰেণীৰ পৰীক্ষাৰ সূচী পাবলৈ ডাউনলোড কৰক:  http://cbse.nic.in/newsite/attach/CLASS%20X_DATESHEET_2020%20EXAMS.pdf

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সূচী পাবলৈ ডাউনলোড কৰক:  http://cbse.nic.in/newsite/attach/CLASS%20XII_DATESHEET_2020%20EXAMS.pdf

পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ সংশ্লিষ্ট পৰীক্ষাগৃহত ১০ বজাৰ পূৰ্বে প্ৰৱেশ কৰিব লাগিব।

দশম শ্ৰেণীৰ পৰীক্ষাসমূহ ২০ মাৰ্চ পৰ্যন্ত অনুষ্ঠিত হ’ব। ২৬ ফেব্ৰুৱাৰিত ইংৰাজী, ২৯ ফেব্ৰুৱাৰিত হিন্দী, ৪মাৰ্চত বিজ্ঞান, ৭মাৰ্চত সংস্কৃত, ১২ মাৰ্চত গণিত, ১৮মাৰ্চত সমাজ বিজ্ঞান আৰু ২০ মাৰ্চত ইনফৰ্মেশ্যন কম্যুনিকেশ্যন টেকন’লজি আৰু কম্পিউটাৰ এপ্লিকেশ্যন বিষয়ৰ পৰীক্ষা অনষ্ঠিত হ’ব।

ইপিনে, পৰীক্ষাৰ কাৰ্যসূচী অনুসৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ ৩০ মাৰ্চলৈকে চলিব। মূল বিষয়সমূহৰ ভিতৰত ২২ ফেব্ৰুৱাৰিত মনোবিজ্ঞান, ২৭ ফেব্ৰুৱাৰিত ইংৰাজী, ২মাৰ্চত পদাৰ্থ বিজ্ঞান, ৩ মাৰ্চত বুৰঞ্জী, ৫ মাৰ্চত একাউন্টেন্সি, ৬ মাৰ্চত ৰাজনীতি বিজ্ঞান, ৭ মাৰ্চত ৰসায়ন বিজ্ঞান, ১৪ মাৰ্চত জীৱ বিজ্ঞান, ১৭ মাৰ্চত গণিত, ২০ মাৰ্চত হিন্দী, ২৩ মাৰ্চত ভূগোল আৰু ৩০ মাৰ্চত সমাজবিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd