• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত ভয়াৱহ কেলেংকাৰী,অসমৰ ‘কোটা’ত নিযুক্তি বহিঃৰাজ্যৰ প্ৰাৰ্থী! হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা ল’বলৈ দাবী ডিৱাইএফআই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2025 8:49 pm
398
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী চি আৰ পি এফ, বি এছ এফ, আই টি বি পি, চি আই এছ এফৰ জোৱানৰ নিযুক্তিত ভয়াবহ কেলেংকাৰী সংঘটিত হোৱা খবৰ পোহৰলৈ আহিছে। অসম-অৰুণাচলৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণ-পত্ৰ দাখিল কৰি অসমৰ ‘কোটা’ত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে এই ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু ইয়াৰ  তদন্ত কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

ৰাজ্যখনত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱাৰ সময়তে এনেদৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পদত ভুৱা তথ্যৰে নিযুক্তি লাভ কৰাটো উদ্বেগৰ বিষয়। ইয়ে ৰাজ্যখনৰ যুৱক-যুৱতীৰ স্বাৰ্থত আঘাত হনাৰ লগতে চাকৰি আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ নামত চলি থকা লাখ লাখ টকাৰ কেলেংকাৰীৰ ঘটনাও উদঙাই দিছে। ডি ৱাই এফ আইয়ে সন্দেহ প্ৰকাশ কৰিছে যে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দল শাসনলৈ অহাৰ পাছত অসমৰ চাকৰিত বহিঃৰাজ্যৰ প্ৰাৰ্থীক মকৰল কৰাৰ এক ষড়যন্ত্ৰ কৰি আহিছে।

যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘নেডা’ৰ দায়িত্ব গ্ৰহণ কৰি অসমৰ লগতে উত্তৰপূৰ্বাঞ্চলৰ স্বাৰ্থ সুৰক্ষাৰ শ্লোগান দি আহিছে সেই সময়তে এনেদৰে অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যৰ স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ লৈ  অসমৰ ‘কোটা’ত চাকৰি লোৱাটো ৰহস্যৰ বিষয়। ডি ৱাই এফ আইয়ে দাবী কৰিছে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰি ৰাজ্যখনৰ যুৱক-যুৱতীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ব্যৱস্থা লওক।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd