• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2021 4:41 pm
941678-cbse
240
VIEWS
Share on FacebookShare on Twitter

দেশত অব্যাহত থকা ক’ৰ’নাৰ সংহাৰৰ বাবেই অৱশেষত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰীক্ষা অনুষ্ঠিত কৰাৰ সলনি চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক অৱজেক্টটিভ ক্ৰাইটেৰিয়াৰ ভিত্তিত ফলাফল প্ৰদান কৰিব।ইয়াৰোপৰি যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাত বহিব বিচাৰে তেওঁলোকে পৰিস্থিতি উন্নত হ’লে পৰীক্ষাত বহিব পাৰিব।

চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ ফলাফল নিৰ্ণয়ৰ বাবে এখন বিশেষ সমিতি গঠন কৰিব বুলিও প্ৰকাশ কৰিছে।চৰকাৰৰ এনে ঘোষণাৰ পিছতে হাৰিয়ানাৰ শিক্ষামন্ত্ৰী কনৱাৰ পাল গুজ্জৰে চৰকাৰৰ সিদ্ধান্তই ৰাজ্য খনে মানি ল’ব বুলি মন্তব্য কৰিছে।

বিজেপি শাসিত আটাইবোৰ ৰাজ্যই প্ৰধানমন্ত্ৰীৰ এনে সিদ্ধান্ত মানি ল’ব যদিও অনা-বিজেপি শাসিত ৰাজ্য যেনে মহাৰাষ্ট্ৰ, ৰাজস্থান আদিয়ে কিছুদিনৰ ভিতৰতে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি কৈছে।

উল্লেখ্য কোভিডৰ দ্বিতীয়টো ঢৌৱে কোৱাই গৈছে সমগ্ৰ দেশকে। এনে পৰিস্থিতিত দেশৰ কেইবাখনো ৰাজ্যত বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠান সমূহ।

এনে সময়তে কোভিড সংক্ৰমণৰ আশংকা কৰিয়েই দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিবলৈ দাবী জনাই এখন পত্ৰত স্বাক্ষৰ কৰিছিল।

এই সকল ছাত্ৰ-ছাত্ৰীয়ে হয় দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিব লাগে অথবা অনলাইনৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে বুলি দাবী জনাইছিল।

শেহতীয়াকৈ টুইটাৰত “cancelboardexams2021” হেছটেগ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা বাতিলৰ বাবে জনমত গঠন কৰাৰ চেষ্টা চলাইছিল।

কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে একাধিক ৰাজ্যই নৱম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰি সকলো শিক্ষাৰ্থীকে ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিয়াৰ সিদ্ধান্ত লৈছে।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd