• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় চৰকাৰৰ নিৰীক্ষণত সামাজিক মাধ্যম? সলনি হ’ল তথ্য প্ৰযুক্তি আইন!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 29, 2022 8:11 am
কেন্দ্ৰীয় চৰকাৰৰ নিৰীক্ষণত সামাজিক মাধ্যম? সলনি হ’ল তথ্য প্ৰযুক্তি আইন!
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফেচবুক বা টুইটাৰৰ পৰা পোষ্টটো কিয় আঁতৰাই দিয়া হৈছে? এনে অভিযোগৰ নিষ্পত্তি কৰা হ’ব ৩ ৰ পৰা ১৫ দিনৰ ভিতৰত! কিন্তু কেনেদৰে? কেন্দ্ৰীয় চৰকাৰে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ বাবে এখন সমিতি গঠন কৰিবলৈ আগবাঢ়িছে। তথ্য প্ৰযুক্তি আইনৰ সংশোধন ঘটাইছে মোডী চৰকাৰে।

প্ৰায় সকলোৱে এতিয়া সামাজিক মাধ্যমত কম বেছি পৰিমাণে সক্ৰিয় হৈ আছে। ফেচবুকত একাউণ্ট নথকা লোক বিচাৰি পোৱাটো কঠিন। বহুলোকে টুইটাৰ আৰু ইনষ্টাগ্ৰামো ব্যৱহাৰ কৰে। তেওঁলোকে গোটেই দিনটো বিভিন্ন ধৰণৰ পোষ্টো শ্বেয়াৰ কৰে। কিন্তু তাতো যে বিপদ নঘটে সেয়া নহয়।

লগতে পঢ়ক: নেন্সি পেলোচীক ঘৰত বিচাৰি নাপাই স্বামীক হাতুৰীৰে আক্ৰমণ দুৰ্বৃত্তৰ; গ্ৰেপ্তাৰ অভিযুক্ত

কেতিয়াবা কিছুমান মন্তব্য, ছবি বা ভিডিঅ’ এই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা হয় যিয়ে জনসাধাৰণৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। আনকি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰে।

কেন্দ্ৰীয় চৰকাৰে ফেচবুক আৰু টুইটাৰৰ দৰে সংস্থাৰ সৈতে কেইবাবাৰো বিবাদত জড়িত হৈছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলো সমস্যাত পৰিবলগীয়া হয়। সেয়ে অৱশেষত তথ্য প্ৰযুক্তি আইন সংশোধন কৰা হৈছে।

লগতে পঢ়ক:হানি ট্ৰেপিঙৰ জালত উৰিষ্যাৰ ১৮গৰাকী বিধায়ক : সংকটত পাটনায়ক চৰকাৰ

সংশোধিত আইনৰ অধীনত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ অভিযোগ শুনিবলৈ এখন সমিতি গঠন কৰা হ’ব। প্ৰতিখন সমিতিতে তিনিজন সদস্য থাকিব। শীৰ্ষ বিষয়াসকলৰ উপৰিও আন দুজন বিষয়া থাকিব। যদি ছ’চিয়েল মিডিয়াৰ পৰা এটা পোষ্ট বিলোপ কৰা হয় তেন্তে এই সমিতিৰ ওচৰত অভিযোগ দাখিল কৰিব পৰা যাব।

Empowering users.

Grievance Appellate Committee (GAC) has been introduced for hearing appeals against decisions of Grievance Officer appointed by the intermediary.#IntermediaryGuidelinesAmendment

— Ashwini Vaishnaw (@AshwiniVaishnaw) October 28, 2022

সেই অনুসৰি, ২৪ ঘণ্টাৰ ভিতৰত কেবল অভিযোগ শুনাই নহয়, সমিতিৰ সদস্যসকলে ৩ৰ পৰা ১৫ দিনৰ ভিতৰত অভিযোগৰ নিষ্পত্তিও কৰিব।

New amended IT rules are next step to realizing our govts duty to #DigitalNagriks of Open, Safe&Trusted, Accountable Internet

Also marks a new partnership btwn Govt and Intermediaries in making n keeping our Internet safe & trusted for all Indians.#IndiaTechade #OSTA pic.twitter.com/COQhGOHv5D

— Rajeev Chandrasekhar 🇮🇳 (@RajeevRC_X) October 28, 2022

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে হঠাতে হোৱাটছএপ বন্ধ কৰি দিয়া হৈছিল। ফলস্বৰূপে, হাজাৰ হাজাৰ ব্যৱহাৰকাৰী সমস্যাত পৰিছিল। প্ৰায় ডেৰ ঘণ্টাৰ পিছতহে পৰিস্থিতি স্বাভাৱিক হৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

August 15, 2025 7:31 pm
পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

August 15, 2025 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd