• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

হানি ট্ৰেপিঙৰ জালত উৰিষ্যাৰ ১৮গৰাকী বিধায়ক : সংকটত পাটনায়ক চৰকাৰ

কালাহান্দিৰ এটা দৰিদ্ৰ পৰিয়ালৰ পৰা অহা এই গৰাকী যুৱতীয়ে কেনেকৈ সোমাই হানী ট্ৰেপিং তআ তথা যৌনতাৰ বজাৰত? কেনেকৈ হাতৰ মুঠিত সোমোৱাই ল’লে বহুতো ৰাজনৈতিক নেতা, প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সম্ভ্ৰান্ত্ৰ লোকৰ জীৱন?

by
October 28, 2022 6:17 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ৰহস্যময় যুৱতীৰ হানি ট্ৰ্ৰেপিঙৰ জালত বিপদত পৰিছে উৰিষ্যাৰ ১৮ জনকৈ বিধায়ক। বহু ৰাজনৈতিক নেতা-বিষয়া, ব্যৱসায়ী সোমাই পৰিছে এইগৰাকী যুৱতীৰ যৌনতাৰ জালত।

কালাহান্দিৰ এটা দৰিদ্ৰ পৰিয়ালৰ পৰা অহা এই গৰাকী যুৱতীয়ে কেনেকৈ সোমাই হানী ট্ৰেপিং তআ তথা যৌনতাৰ বজাৰত? কেনেকৈ হাতৰ মুঠিত সোমোৱাই ল’লে বহুতো ৰাজনৈতিক নেতা, প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সম্ভ্ৰান্ত্ৰ লোকৰ জীৱন?

Apply Now

উৰিষ্যাৰ ৰাজনৈতিক নেতাৰ ভৰিত তলৰ মাটি কঁপাই তোলা এইগৰাকী যুৱতীৰ নাম অৰ্চনা নাগ। বয়স ২৭ বছৰ।  কালাহান্দিৰ এটি দৰিদ্ৰ পৰিয়ালৰ পৰা আহি প্ৰথমে যুৱতীগৰাকীয়ে এটি ব্যক্তিগত খণ্ডৰ নিৰাপত্তা সংস্থাৰ তলত চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিল। তাৰপিছত এখন পাৰ্ল্লাৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল অৰ্চনাই। সেই পাৰ্ল্লাৰৰ জৰিয়তেই তাই আৰম্ভ কৰিছিল যৌনতাৰ বেহা।

২০১৮ চনৰ কথা। সেই পাৰ্ল্লাৰতে ২০১৮ চনত অৰ্চনাই লগ পাইছিল জগবন্ধু নামৰ এজন যুৱকক।  তাৰপিছত প্ৰেমসূত্ৰে দুয়োৰে মাজত সম্পন্ন হৈছিল বিবাহ। অৰ্চনাৰ স্বামী জগবন্ধুৰ আছিল বহু ৰাজনৈতিক নেতা তথা প্ৰভাৱশালী ব্যক্তিৰে ঘনিষ্ঠ সম্পৰ্ক।

সেই সূত্ৰেই অৰ্চনাইও লাভ কৰিছিল অনেক নেতা-মহানেতা, প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য। অৰ্চনাই আৰম্ভ কৰিছিল সেই প্ৰভাৱশালী ব্যক্তিসকলক নাৰী যোগান ধৰাৰ কাম।

সমাজৰ প্ৰভাৱশালী ব্যক্তিসকলক নাৰী যোগান ধৰি অৰ্চনাই গোপনে সংগ্ৰহ কৰিছিল সেই সকল ব্যক্তিৰ সৈতে হোৱা কিছু অন্তৰংগ মুহূৰ্তৰ ছবি। আানজি নিজেও বহু হাই প্ৰফাইল ব্যক্তিৰ শোৱনী কোঠা শুৱনি কৰাৰ পিছত ব্লেকমেইলেৰে অৰ্চনাই জালত পেলাইছিল বহুতক। অচৰ্নাই চিকাৰত পৰা এই সকল ব্যক্তিলৈ অৰ্চনাই সেই গোপন মুহূৰ্তৰ ফটোসমূহ পঠিয়াইছিল আৰু দাবী কৰিছিল বৃ্হৎ অংকৰ ধন।

শেহতীয়াকৈ অৰ্চনাই জালত বন্দী হোৱা এজন প্ৰযোজকলৈও প্ৰেৰণ কৰিছিল গোপন ছবি আৰু দাবী কৰিছিল ৩ কটি টকাৰ মোটা অংকৰ ধন। কিন্তু এইবাৰ সেই প্ৰযোজন জনে আগৰ ব্যক্তি সকলৰ দৰে অৰ্চনাৰ দাবী মানি লোৱাৰ সলনি অৰ্চনাৰ বিৰুদ্ধে থানাত ৰুজো কৰিছিল এটি গোচৰ। এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে আৰম্ভ কৰে তদন্তৰ। অৱশেষত আৰক্ষীৰ মাৰাথান জেৰাত অৰ্চনাৰ মুখৰ পৰা ওলাই পৰে বহুতো ভয়ানক স্বীকাৰোক্তি। এটা এটাকৈ সকলো সঁচা কথা সৈ কাঢ়ে অৰ্চনা নামৰ ছলনাময়ী যুৱতীয়ে। ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও গুৰুত্বপূৰ্ণ ধাৰাত অৰ্চনাৰ বিৰুদ্ধে ৰুজো হৈছে গোচৰ। এই তদন্তৰ পৰাই ওলাই পৰে অৰ্চনাই পেলোৱা জালত উৰিষ্যাৰ কেইবাজনো বিধায়কে ভৰি দিয়াৰ কথাও। গতিকে এতিয়া এই সকল ৰাজনৈতিক নেতাসকলৰ মাথা কামোৰণিৰ কাৰণ হৈ পৰিছে অৰ্চনা নাগ।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

September 7, 2026 9:27 am
ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

September 7, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd