• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূ-স্বৰ্গ কাশ্মীৰলৈ উভতিছে শান্তি: প্ৰত্যাহাৰ কৰা হ’ব নিৰাপত্তা বাহিনীৰ ১০০টা কোম্পানী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2020 8:05 pm
army
290
VIEWS
Share on FacebookShare on Twitter

ভূ-স্বৰ্গ কাশ্মীৰলৈ ক্ৰমাৎ উভতি আহিছে শান্তি। আপাততঃ এনে ধাৰণাই কৰিছে কেন্দ্ৰীয় গৃহ দপ্তৰে।

সেইবাবেই কাশ্মীৰ উপত্যকাৰ পৰা চৰকাৰে নিৰাপত্তা বাহিনীৰ ১০০টা কোম্পানী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে।

আজি কেন্দ্ৰীয় গৃহ দপ্তৰৰ এক উচ্চস্তৰীয় বৈঠকে কাশ্মীৰৰ পৰা নিৰাপত্তা বাহিনীৰ ১০০টা কোম্পানী প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰত্যাহাৰ কৰিবলগীয়া নিৰাপত্তা বাহিনী সমূহৰ কোম্পানী কেইটাৰ ভিতৰত ৪০ টা চি আৰ পি এফৰ,২০টা বি এছ এফ,এছ এছ বিৰ কোম্পানীও আছে।

উল্লেখ্য কাশ্মীৰত বিগত বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছতে কাশ্মীৰ উপত্যকাত বহু পৰিমাণে হিংসাত্মক ঘটনা প্ৰাস পাইছে।

সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পিছতে কাশ্মীৰত কমেও ৩৪ শতাংশ কূটাঘাতৰ ঘটনা প্ৰাস পোৱা বুলি কিছুদিন পূৰ্বে এক সমীক্ষা প্ৰকাশ পাইছিল।

বিগত বৰ্ষৰ আগষ্ট মাহত কাশ্মীৰত অধিক হিংসাৰ আশংকা কৰি নিৰাপত্তা বাহিনীৰ বহু কেইটা কোম্পানী কাশ্মীৰলৈ নিয়া হৈছিল।

যোৱা মে’ মাহত ইয়াৰে ১০ টা কোম্পানী কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল। এতিয়া ১০০টা কোম্পানীক পুনৰ পূৰ্বৰ স্থানলৈ উভতি যোৱাৰ বাবে কোৱা হৈছে।

১০০টা কোম্পানী প্ৰত্যাহাৰৰ পিছত কাশ্মীৰত চি আৰ পি এফৰ ৬০ টা কোম্পানী কাশ্মীৰত ৰৈ যাব।

Recent News

টাইট কাপোৰ পৰিধান আাৰু পকেটত ম’বাইল ফোন ৰখাৰ পৰা সাৱধান! প্ৰভাৱিত কৰিব পাৰে প্ৰজনন ক্ষমতাত

টাইট কাপোৰ পৰিধান আাৰু পকেটত ম’বাইল ফোন ৰখাৰ পৰা সাৱধান! প্ৰভাৱিত কৰিব পাৰে প্ৰজনন ক্ষমতাত

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd