• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সলনি হৈ গ’ল চন্দ্ৰক লৈ থকা সকলো ধাৰণা : ডাঙৰ ৰহস্য উদঘাটন কৰিলে চন্দ্ৰযান-৩ য়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2025 11:40 am
76
VIEWS
Share on FacebookShare on Twitter

চন্দ্ৰপৃষ্ঠ সম্পৰ্কে আচৰিত কৰি দিব পৰা তথ্য প্ৰকাশ কৰিছে চন্দ্ৰযান ৩ য়ে। চন্দ্ৰযান ৩ য়ে প্ৰেৰণ কৰা তথ্য গৱেষণা কৰাত পোহৰলৈ আহিছে চন্দ্ৰৰ বিষয়ে নতুন নতুন তথ্য।

আহমেদাবাদৰ পদাৰ্থ বিজ্ঞান পৰীক্ষাগাৰৰ অধ্যাপক তথা প্ৰতিবেদনৰ মুখ্য লেখক দুৰ্গা প্ৰসাদ কৰ্ণমে সংবাদ সংস্থা পিটিআইক জনাইছে যে চন্দ্ৰৰ পৃষ্ঠৰ উষ্ণতা বহুত, কিন্তু অতি স্থানীয় পৰিৱৰ্তনে বৰফৰ গঠনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে।

এই বৰফৰ কণাবোৰ পৰ্যবেক্ষণ কৰিলে ইহঁতৰ উৎপত্তি আৰু ইতিহাসৰ বিভিন্ন তথ্য পোহৰলৈ আহিব পাৰে বুলি ‘কমিউনিকেচনছ এণ্ড এনভাইৰনমেণ্ট’ আলোচনীত প্ৰকাশিত গৱেষণা পত্ৰখনত প্ৰকাশ পাইছে।

এই সন্দৰ্ভত দুৰ্গা প্ৰসাদ কৰ্ণমে কয়, “ইয়াৰ পৰা আমি চন্দ্ৰত সময়ৰ লগে লগে বৰফ কেনেকৈ জমা হয় আৰু ই কেনেকৈ চন্দ্ৰপৃষ্ঠত থাকে সেই বিষয়েও জানিব পাৰিম। ইয়াৰ দ্বাৰা এই প্ৰাকৃতিক উপগ্ৰহৰ প্ৰাৰম্ভিক ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ বিষয়ে তথ্য পোৱা যাব।”

চন্দ্ৰযান-৩ অভিযানৰ অংশস্বৰূপ ChaSTE প্ৰ’বে ভূপৃষ্ঠৰ পৰা ১০ চেণ্টিমিটাৰ গভীৰতালৈকে উষ্ণতা জুখি অতি পৰিৱৰ্তনশীল পৰিস্থিতিৰ কথা প্ৰকাশ পাইছিল। ‘শিৱ শক্তি পইণ্ট’ নামৰ অৱতৰণ স্থানত দিনৰ ভাগত ৮২ ডিগ্ৰী চেলছিয়াছৰ পৰা ৰাতি -১৭০ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতা আছিল।

চন্দ্ৰত বৰফ পানীলৈ পৰিণত হোৱাৰ সম্ভাৱনা সন্দৰ্ভত দুৰ্গা প্ৰসাদ কৰ্ণমে কয় যে, “চন্দ্ৰৰ পৃষ্ঠত পানী তৰল ৰূপত জীয়াই থাকিব নোৱাৰে। গতিকে বৰফ তৰললৈ পৰিণত হ’ব নোৱাৰে, বৰঞ্চ বাষ্পলৈ পৰিণত হ’ব।”

উল্লেখ্য যে চন্দ্ৰযান-৩ য়ে ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি ইতিহাস ৰচনা কৰিছিল।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd