• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্ধাৰিত সময়ৰ প্ৰায় ১ মিনিট আগতেই চন্দ্ৰ জয়! বিক্ৰমৰ অৱতৰণৰ বিষয়ে জনালে ইছৰ’ই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2023 8:47 pm
2.6k
VIEWS
Share on FacebookShare on Twitter

নিৰ্ধাৰিত সময়ৰ প্ৰায় ১মিনিট আগতেই চন্দ্ৰযান ৩ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে। লগে লগে ইছৰ’ই ইতিহাস ৰচনা কৰিলে। চন্দ্ৰৰ দক্ষিণ মেৰু জয় কৰা ভাৰত বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে নিৰ্ধাৰিত সময়তকৈ অলপ আগতে নামিলেও সফলতাৰে চন্দ্ৰত অৱতৰণ কৰিছে। ইতিমধ্যে চন্দ্ৰযানে অৱতৰণৰ পিছত চন্দ্ৰপৃষ্ঠৰ ফটোও পঠিয়াইছে।

উল্লেখ্য যে ইছৰোৱে পূৰ্বে ঘোষণা কৰিছিল যে বুধবাৰে সন্ধিয়া ৬:৪০ বজাৰ ভিতৰত চন্দ্ৰযান ৩ চন্দ্ৰত অৱতৰণ কৰিব। কেৱল সেয়াই নহয়, ইয়াৰ লাইভ ষ্ট্ৰীমিংৰো ব্যৱস্থা কৰা হৈছিল।

লগতে পঢ়ক: চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰিলে চন্দ্ৰযান-৩, ইতিহাস গঢ়িলে ভাৰতে; ইয়াৰ পিছত কি?

একেদৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সন্ধিয়া ৫:২০ বজাত লাইভ সম্প্ৰচাৰ আৰম্ভ কৰে। ইছৰোৰ ফেচবুক আৰু ইউটিউব পেজত দেখা গ’ল এই লাইভ টেলিকাষ্ট।

প্ৰসংগক্ৰমে আজিৰ দিনটোতে ৫:৪৭ বজাৰ পৰা কাউণ্টডাউন আৰম্ভ হৈছিল। শেষৰ ১৫ মিনিট আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। অৱশ্যে ই সন্মানজনকভাৱে চন্দ্ৰযান ৩ ৰ লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰে।

লগতে পঢ়ক: দবা বিশ্বকাপৰ ফাইনেলৰ দ্বিতীয় ৰাউণ্ডো ড্ৰ’; টাইব্ৰেকাৰলৈ বিশ্বৰ ১ নম্বৰ কাৰ্লচেনৰ বিৰুদ্ধে ভাৰতীয় প্ৰজ্ঞানন্দৰ যুঁজ

ইয়াৰ পিছত ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয় যে চন্দ্ৰযান ৩-য়ে গতি হ্ৰাস কৰি সফলতাৰে মসৃন অৱতৰণ কৰে। সেই সময়ত তেওঁ স্পষ্টকৈ কৈছিল যে নিৰ্ধাৰিত সময়ৰ কেইছেকেণ্ডমান আগতে মহাকাশযানখন চন্দ্ৰত অৱতৰণ কৰিছিল।

Chandrayaan-3 Mission:
Updates:

The communication link is established between the Ch-3 Lander and MOX-ISTRAC, Bengaluru.

Here are the images from the Lander Horizontal Velocity Camera taken during the descent. #Chandrayaan_3#Ch3 pic.twitter.com/ctjpxZmbom

— ISRO (@isro) August 23, 2023

চন্দ্ৰযান ৩ অৱতৰণৰ সময়ত ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে যোগদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৃথিৱীৰ উপগ্ৰহত লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰাৰ সময়ত তেওঁ গৱেষকসকলক অভিনন্দন জনায়। অনাগত দিনত ইছৰ’ই আদিত্য এল ১ মহাকাশযান সূৰ্যলৈ প্ৰেৰণ কৰিব। আজি চন্দ্ৰযান ৩ৰ সফলতাৰ পিছতে তেওঁ সেই প্ৰকল্পৰ ওপৰত মন্তব্য কৰে।

লগতে পঢ়ক: বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা, অধ্যয়ন কৰিব লাগিব দুটা ভাষা; একাদশ-দ্বাদশ শ্ৰেণীত এলানি পৰিৱৰ্তন

ইছৰোৰ মতে, লেণ্ডাৰ বিক্ৰম ৩০ কিলোমিটাৰ উচ্চতাৰ পৰা লাহে লাহে ভাহি চন্দ্ৰৰ বুকুলৈকে নামি আহিছিল। ইয়াৰ বাবে মাত্ৰ ১৯ মিনিট সময় লাগিল। এই সময়ছোৱাত প্ৰতিটো ঢাপতে ইয়াৰ গতি হ্ৰাস কৰা হৈছিল বুলি জানিব পৰা গৈছে।

Recent News

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd