• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰিলে চন্দ্ৰযান-৩, ইতিহাস গঢ়িলে ভাৰতে; ইয়াৰ পিছত কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2023 6:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰযান-৩-য়ে সময়ৰ আগতেই চন্দ্ৰৰ মাটিত ভৰি দিলে। বৰ্তমান এই চন্দ্ৰযান চন্দ্ৰৰ দক্ষিণ মেৰুত। ইছৰ’ৰ মুৰব্বী এছ সোমনাথে চন্দ্ৰযান-৩ৰ চন্দ্ৰত সফল মসৃন অৱতৰণৰ বিষয়ে কয় যে, “এতিয়া চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত আছে।” ভাৰতে ইতিহাস ৰচনা কৰিলে। চন্দ্ৰযান ৩ চন্দ্ৰত অৱতৰণ কৰিলে। চন্দ্ৰত ভৰি দিয়া বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত। একেসময়তে চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি দিয়া বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত।

ভাৰতে মহাকাশ বিজ্ঞানৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিলে। চন্দ্ৰৰ মাটিত চন্দ্ৰযান-৩ অৱতৰণ ভাৰতৰ বিজ্ঞানীসকলৰ বাবে বিশেষকৈ ইছৰোৰ বাবে এক গৌৰৱ গাথা হৈ ৰ’ব।

দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত ১৪ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধৱন লঞ্চিং পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। গোটেই দেশখনে সেইদিনাৰ পৰা দিন গণি আছিল। গোটেই পৃথিৱীয়ে অপেক্ষাৰে ৰৈ আছিল। আজি পুৱাৰে পৰা সেই উদ্বিগ্নতা আৰু প্ৰত্যাশা কেইবাগুণো বৃদ্ধি পাইছিল।

Apply Now

বুধবাৰে পুৱাৰে পৰা প্ৰাৰ্থনাত ব্যস্ত হৈ পৰিছিল দেশবাসী। দক্ষিণ আফ্ৰিকাৰ পৰা চন্দ্ৰযানৰ লাইভ সম্প্ৰচাৰত ভাৰ্চুৱেলি যোগদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এফালে দেশবাসীৰ উদ্বিগ্নতা, আনফালে কঠিন অৱতৰণৰ পৰ্যায়ৰ শেষ ১৫ মিনিট। চন্দ্ৰযান ২ৰ ফলাফলৰ কথা মনত ৰাখি এই যোৱা ১৫ মিনিটত উত্তেজনা অধিক আছিল। কিন্তু লেণ্ডাৰ বিক্ৰমে পৰিকল্পনা অনুসৰি শেষৰ ১৫ মিনিট মসৃণভাৱে পাৰ কৰিলে। ৫.৪৫ বজাৰ পৰা আৰম্ভ হৈছিল অৱতৰণৰ চূড়ান্ত প্ৰক্ৰিয়া।

প্ৰথম পৰ্যায়ত প্ৰতি ছেকেণ্ডত ৩৫৮ মিটাৰ বেগত বিক্ৰমক ৭.৪ কিলোমিটাৰ উচ্চতালৈ নমাই দিয়া হৈছিল। দ্বিতীয় পৰ্যায়ত গতি আৰু লেহেমীয়া হয়। সেই পৰ্যায়ত অলপ বেছিকৈ বিক্ৰম মাতিলে। কেইবাটাও ঢাপৰ মাজেৰে পাৰ হৈ যোৱাৰ পিছত একেবাৰে শেষ পৰ্যায়ত লাহে লাহে অতি বেমসৃন বেগেৰে চন্দ্ৰৰ মাটিত ভৰি দিলে। অৱতৰণৰ শেষ মুহূৰ্তত ইয়াৰ গতিবেগ আছিল প্ৰতি ছেকেণ্ডত ১.৬৮ কিলোমিটাৰ। ভাৰতৰ চন্দ্ৰযান-৩ পৰিকল্পনা অনুসৰি চন্দ্ৰৰ মাটিত ভৰি দিলে। বিশ্বত ইতিহাস ৰচনা কৰিলে ভাৰতে।

চন্দ্ৰৰ দক্ষিণ মেৰুত মহাকাশযানখন সফলতাৰে মসৃন অৱতৰণ কৰা প্ৰথমখন দেশ ভাৰত। ইয়াৰ আগতে কোনো মহাকাশযান চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা নাছিল। গতিকে সেই অংশটোৰ প্ৰতি কৌতুহল ইমানেই বেছি। সম্পূৰ্ণ অচিনাকি ঠাই হোৱাৰ বাবে বিক্ৰমৰ অৱতৰণো যথেষ্ট কঠিন আছিল। সফল অৱতৰণৰ পিছত ভাৰতৰ চন্দ্ৰযানে জানি ল’ব তাত কি আছে আৰু কি নাই। আনহাতে, আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত চন্দ্ৰত অৱতৰণ কৰা ভাৰত চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয়।

চন্দ্ৰৰ মাটিত অৱতৰণ কৰাৰ পিছত বিক্ৰমৰ এটা অংশ খোল খাব। তাৰ পৰা ৰ’ভাৰ প্ৰজ্ঞান লেণ্ডাৰৰ পেটৰ পৰা চন্দ্ৰৰ মাটিলৈ নামি আহিব। তেতিয়া চন্দ্ৰৰ ঘৰত তেওঁৰ বিচৰণ আৰম্ভ হ’ব। ছয় চকাৰ প্ৰজ্ঞান কেইঘণ্টামান জিৰণি লৈ ঘূৰিব। ই প্ৰতি ছেকেণ্ডত এক চেণ্টিমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। ইয়াৰ লগত একাধিক ডিভাইচ থাকিব। সেইবোৰৰ সহায়ত ই তথ্য সংগ্ৰহ কৰিব। চন্দ্ৰত কি আছে, কি নাই, ভালদৰে চাব।

আনহাতে ৰম্ভা, চাষ্ট, ইলছা, আৰে চন্দ্ৰত প্ৰৱেশৰ পিছতে কাম আৰম্ভ কৰিব। এই চাৰিটা পেলোড বিক্ৰমৰ সৈতে জড়িত। প্ৰত্যেকৰে নিজৰ নিজৰ কাম আছে। ৰম্ভাই সূৰ্য্যৰ পৰা অহা প্লাজমা কণিকাৰ ঘনত্ব, পৰিমাণ আৰু তাৰতম্যৰ বিষয়ে অধ্যয়ন কৰিব। ইলছাই চন্দ্ৰ পৃষ্ঠৰ কম্পন নিৰীক্ষণ কৰিব, চাষ্টে ইয়াৰ উষ্ণতা জুখিব আৰু আৰে চন্দ্ৰৰ গতিশীলতা বুজিবলৈ চেষ্টা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd