• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়াৰ খবৰ পাই ইনফ্লুৱেন্সাৰৰ ঘৰত উপস্থিত যুৱক; তেওঁক বিয়া কৰাব লাগে বুলি ধৰিলে জেদ! প্ৰাণ গ’ল প্ৰহাৰত

কেইমাহমানৰ আগতেও তেওঁ অনুৰাগী হিচাপে নেহাৰ ঘৰলৈ গৈছিল। কিন্তু এইবাৰ তেওঁ ক্ষুব্ধ হৈ পৰিছিল কাৰণ নেহাই আন এজন যুৱকক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 21, 2026 10:18 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিয়মিতভাৱে ইনষ্টাগ্ৰামত তেওঁ ভিডিঅ’ পোষ্ট কৰে। দৈনন্দিন জীৱনৰ বিভিন্ন বিষয় উত্থাপন কৰে। ফ’ল’ৱাৰৰ সংখ্যা ছয় লাখতকৈ অলপ বেছি। দিল্লীৰ ইনফ্লুৱেন্সাৰ নেহা বিষ্টে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত তেওঁৰ বিবাহৰ খবৰ শ্বেয়াৰ কৰিছিল। কিন্তু সেই বিবাহৰ খবৰ পোৱাটোৱে কাল হ’ল এজন যুৱ অনুৰাগীৰ!

তেওঁ প্ৰিয় ইনফ্লুৱেন্সাৰগৰাকীৰ বিয়া তেওঁ মানি ল’ব পৰা নাছিল। নিজে তেওঁক বিয়া কৰাব বিচাৰিছিল। এইদৰে উত্তৰ প্ৰদেশৰ যুৱকজন হঠাতে তেওঁৰ ঘৰত প্ৰৱেশ কৰিলে। নেহাৰ পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়াৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয়। এসপ্তাহৰ পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। এই ঘটনাত আৰক্ষীয়ে নেহাৰ পিতৃসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

পূব দিল্লীৰ মধু বিহাৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা অভিনৱে চেন্নাইৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল। ৭ নৱেম্বৰত তেওঁ জোৰকৈ নেহাৰ ঘৰত সোমাইছিল। নেহাক বিয়া কৰিব লাগে বুলি দাবী কৰিলে। পিছদিনা দাখিল কৰা এফআইআৰত যুৱকজনৰ মুখত সুৰাৰ গোন্ধ পোৱাৰ কথা উল্লেখ আছিল। অভিনৱৰ এই আচৰণত ক্ষুব্ধ হৈ পৰে নেহাৰ পৰিয়ালৰ লোক। চুবুৰীয়া দুই এজনেও তেওঁলোকৰ লগত যোগ দিলে। সকলোৱে যুৱকজনক মাৰপিট কৰিলে। পিছত আৰক্ষীক খবৰ দিয়া হয়।

Apply Now

ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰ অৱস্থাত অভিনৱক উদ্ধাৰ কৰে আৰক্ষীয়ে। পিঠি আৰু সোঁ ভৰিত গভীৰ আঘাত পাইছিল। প্ৰথমে তেওঁক ৰাজীৱ গান্ধী চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই ১৫ নৱেম্বৰত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে অভিনৱে নিয়মিতভাৱে নেহাৰ ছ’চিয়েল মিডিয়াৰ ভিডিঅ’ চাইছিল। লাহে লাহে তেওঁৰ প্ৰতি একপক্ষীয় আকৰ্ষণ গঢ় লৈ উঠে। কেইমাহমানৰ আগতেও তেওঁ অনুৰাগী হিচাপে নেহাৰ ঘৰলৈ গৈছিল। কিন্তু এইবাৰ তেওঁ ক্ষুব্ধ হৈ পৰিছিল কাৰণ নেহাই আন এজন যুৱকক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল। যদিও নেহাই তেওঁক চিনিয়েই নাপাইছিল।

এই ঘটনাত আৰক্ষীয়ে অনিচ্ছাকৃত হত্যাৰ গোচৰ ৰুজু কৰিছে। নেহাৰ পিতৃ বীৰেন্দ্ৰ বিষ্ট আৰু চুবুৰীয়া এজনক গ্ৰেপ্তাৰ কৰা হৈছে। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। এই প্ৰহাৰত আৰু কোন জড়িত আছিল সেইটো চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। ঘটনাৰ অন্যান্য দিশৰ তদন্তও অব্যাহত আছে বুলি আৰক্ষী বিষয়া এজনে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়াৰ খবৰ পাই ইনফ্লুৱেন্সাৰৰ ঘৰত উপস্থিত যুৱক; তেওঁক বিয়া কৰাব লাগে বুলি ধৰিলে জেদ! প্ৰাণ গ’ল প্ৰহাৰত

বিয়াৰ খবৰ পাই ইনফ্লুৱেন্সাৰৰ ঘৰত উপস্থিত যুৱক; তেওঁক বিয়া কৰাব লাগে বুলি ধৰিলে জেদ! প্ৰাণ গ’ল প্ৰহাৰত

November 21, 2026 10:18 am
পান্নুনক হত্যাৰ চেষ্টাৰ অভিযোগত দোষী সাব্যস্ত নিখিল গুপ্তা; ১৯ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ

পান্নুনক হত্যাৰ চেষ্টাৰ অভিযোগত দোষী সাব্যস্ত নিখিল গুপ্তা; ১৯ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ

November 21, 2026 8:43 am
কংগ্ৰেছ ২৬৯, বিজেপি মাত্ৰ ৭৩! ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত উলটিল খেল

কংগ্ৰেছ ২৬৯, বিজেপি মাত্ৰ ৭৩! ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত উলটিল খেল

November 21, 2026 8:05 am
“উন্নয়নৰ বিৰোধী নহয়, কিন্তু মানুহৰ জীৱন আৰু স্বাৰ্থৰ বিনিময়ত উন্নয়ন নামানো!”— চিয়াং বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল প্ৰতিবাদকাৰী

“উন্নয়নৰ বিৰোধী নহয়, কিন্তু মানুহৰ জীৱন আৰু স্বাৰ্থৰ বিনিময়ত উন্নয়ন নামানো!”— চিয়াং বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল প্ৰতিবাদকাৰী

November 20, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়াৰ খবৰ পাই ইনফ্লুৱেন্সাৰৰ ঘৰত উপস্থিত যুৱক; তেওঁক বিয়া কৰাব লাগে বুলি ধৰিলে জেদ! প্ৰাণ গ’ল প্ৰহাৰত

বিয়াৰ খবৰ পাই ইনফ্লুৱেন্সাৰৰ ঘৰত উপস্থিত যুৱক; তেওঁক বিয়া কৰাব লাগে বুলি ধৰিলে জেদ! প্ৰাণ গ’ল প্ৰহাৰত

November 21, 2026 10:18 am
পান্নুনক হত্যাৰ চেষ্টাৰ অভিযোগত দোষী সাব্যস্ত নিখিল গুপ্তা; ১৯ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ

পান্নুনক হত্যাৰ চেষ্টাৰ অভিযোগত দোষী সাব্যস্ত নিখিল গুপ্তা; ১৯ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ

November 21, 2026 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd