• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষা বিভাগৰ প্ৰবঞ্চনা তথা ভাবুকি! : আজিৰে পৰা পুনৰ প্ৰতিবাদত নামিল টেট শিক্ষক

৯ অক্টোৰত সৰ্বশিক্ষা মিছন ঘেৰাও কৰিব টেট উত্তীৰ্ণ শিক্ষক সমাজে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 3, 2020 9:03 pm
120603881_2885061921595398_4970777207113339014_o
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বশিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ নিৰ্দেশনাই শংকিত কৰিছে প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকক। সেয়েহে পুৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি আজিৰে পৰা পুনৰ প্ৰতিবাদ আৰম্ভ কৰে সদৌ অসম প্ৰাক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।

শিক্ষক সমাজৰ অভিযোগ অনুসৰি টেট শিক্ষকৰ দৰমহা বন্ধ কৰাৰ ভাবুকিৰে চুক্তিপত্ৰত স্বাক্ষৰ কৰোৱাৰ হেঁচা সৰ্বশিক্ষা মিছনৰ। সেয়েহে অনিচ্ছাসত্ত্বেও পুনৰ আন্দোলনৰ হুংকাৰ দিছে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।

শনিবাৰৰ দিনটোত অসমৰ প্ৰতিখন জিলা সমিতিৰ উদ্যোগত জিলা মিছন সমন্বয়কৰ জৰিয়তে শিক্ষামন্ত্ৰী আৰু সৰ্বশিক্ষাৰ মিছন সঞ্চালকলৈ দুখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে টেট উত্তীৰ্ণ শিক্ষক সমাজে।

নতুন চুক্তিপত্ৰৰ বিৰোধিতা তথা সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ দৰমহা বন্ধ কৰাৰ দৰে আমানৱীয় নিৰ্দেশনা বাতিল কৰি এই শিক্ষকসকলক পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

পৰৱৰ্তী কাৰ্যসূচী অনুসৰি ৯ অক্টোবৰত সৰ্বশিক্ষা অভিযান মিছন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।

উল্লেখযোগ্য যে যোৱা ১ জুলাই ২০২০ তাৰিখে অসম চৰকাৰৰ এক কেবিনেট সিদ্ধান্ত যোগে প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ হস্তাক্ষৰত এক চৰকাৰী নিৰ্দেশনা প্ৰদান কৰি টেট্ শিক্ষক সকলৰ চাকৰি ৬০ বছৰলৈ সুৰক্ষিত বুলি ঘোষণা কৰিছিল।

এনে ক্ষেত্ৰত সেই সুৰক্ষা প্ৰদানৰ নামত বিভাগে শেহতীয়াকৈ জাপি দিয়া সম্পূৰ্ণ একপক্ষীয় চুক্তিপত্ৰ এখনে ক্ষোভিত আৰু শংকিত কৰি তুলিছে শিক্ষকসকলক।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd