• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১ এপ্ৰিলৰ পৰা অচল হৈ পৰিব এই কেইটা বেংকৰ পাছবুক- চেকবুক, চাওঁক আছে নেকি আপোনাৰ বেংকটোও ?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2021 3:19 pm
a vv
12.4k
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা দেশৰ আঠটাকৈ আগশাৰীৰ চৰকাৰী বেংকৰ পাছবুক-চেকবুক আদি অচল হৈ পৰিব।

ভাৰত চৰকাৰে ২০১৯ চনৰ এপ্ৰিল মাহত দেশৰ আঠটা বেংক চাৰিটা বৃহৎ বেংকৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত লৈছিল।

সেই মৰ্মে সেই আঠটা বেংক চাৰিটা বৃহৎ বেংকৰ সৈতে চামিল কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিছে।

সেয়ে উক্ত আঠটা বেংকে ইমান দিনে নিজাববীয়াকৈ প্ৰচলন কৰি অহা পাছবুক আৰু চেকবুক সমূহ সলনি হৈ পৰিব।১ এপ্ৰিলৰ পৰা পাচবুক আৰু চেকবুক অচল হৈ পৰিবলগীয়া বেংক কেইটা হৈছে ক্ৰমে—ডেনা বেংক, বিজয়া বেংক, কৰ্প’ৰেছন বেংক, অন্ধ্ৰ বেংক,ছিণ্ডিকেট বেংক, অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ,ইউনাইটেড বেংক অৱ ইণ্ডিয়া আৰু এলাহাবাদ বেংক।

এই আঠটা বেংক চাৰিটা বৃহৎ বেংকৰ সৈতে চামিল হৈ পৰিব আৰু বেংক কেইটাৰ পাছবুক, চেকবুক আদিও সলনি হৈ পৰিব। সেয়ে যদি আপোনাৰ উক্ত বেংক কেইটাৰ কোনোৱাটোত একাউণ্ট আছে তেন্তে শীঘ্ৰে সংশ্লিষ্ট বেংকৰ শাখালৈ গৈ এই বিষয়ে খবৰ লোৱাটো সমীচিন হ’ব।

অৱশ্যে সেই বেংক কেইটাত একাউণ্ট থকাসকলে বেংক চামিলকৰণৰ বাবে কোনো লোকচানৰ সন্মুখীন নহ’ব বুলি কোৱা হৈছে।

মাত্ৰ তেওঁলোকৰ পাছবুক আৰু চেকবুক সলনি হ’ব।

উল্লেখ্য ডেনা বেংক আৰু বিজয়া বেংক ২০১৯ চনৰ ১ এপ্ৰিলৰ পৰা বেংক অৱ বৰোদাৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ তথা ইউনাইটেড বেংক অৱ ইণ্ডিয়া চামিল কৰা হ’ব পাঞ্জাৱ নেছনেল বেংকৰ সৈতে।

ছিণ্ডিকেট বেংক চামিল কৰা হৈছে কানাড়া বেংকৰ সৈতে।

অন্ধ্ৰ বেংক আৰু কৰ্প’ৰেছন বেংক চামিল কৰা হৈছে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ সৈতে।

এনে চামিলকৰণৰ ফলত পূৰ্বৰ আঠটা বেংকৰ পাছবুক, চেকবুক, IFSC code, MICR code আৰু বেংকৰ শাখাৰ ঠিকনাৰ পৰিৱৰ্তন ঘটিব।

 

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd