• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 17, 2025 7:33 pm
55
VIEWS
Share on FacebookShare on Twitter

বৈবাহিক সম্পৰ্ক থাকিলেও ছত্তীশগড় উচ্চ ন্যায়ালয়ে পত্নীৰ ব্যক্তিগত গোপনীয়তা ভংগ কৰিব নালাগে বুলি কঠোৰ বাৰ্তা দিছে। শেহতীয়াকৈ বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ ৰাকেশমোহন পাণ্ডেই স্পষ্টকৈ জনায় যে পত্নীৰ মোবাইল বা বেংক একাউণ্টৰ পাছৱৰ্ড বিচৰা বা দিবলৈ বাধ্য কৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰে।

এটা আইনী ৱেবছাইটৰ প্ৰতিবেদন অনুসৰি গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশগৰাকীয়ে কয় যে, “স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক যিমানেই ঘনিষ্ঠ নহওক কিয়, এজনৰ ব্যক্তিগত গোপনীয়তা আনজনৰ দ্বাৰা উলংঘা কৰিব নোৱাৰি।”

তেওঁৰ পৰ্যবেক্ষণ অনুসৰি বিয়া কৰালেও পত্নীৰ ফোন, কথা-বতৰা, আৰ্থিক তথ্যৰ ওপৰত স্বামীৰ স্বয়ংক্ৰিয় অধিকাৰ নাথাকে।

গোচৰটোৰ মূল বিষয় আছিল স্বামীৰ সন্দেহ। পত্নীৰ চৰিত্ৰক লৈ সন্দেহ প্ৰকাশ কৰি মোবাইলৰ কল ডিটেইল ৰেকৰ্ড (চিডিআৰ)ৰ বাবে আৰক্ষীক আবেদন জনায়। আনকি চিডিআৰৰ আবেদনো স্থানীয় পৰিয়াল আদালতে নাকচ কৰিছিল। পিছত ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু তাতো তেওঁৰ আবেদনো নাকচ কৰে আদালতে।

উচ্চ ন্যায়ালয়ে কয় যে কেৱল অস্পষ্ট সন্দেহৰ ভিত্তিত পত্নীৰ ব্যক্তিগত গোপনীয়তাত হস্তক্ষেপ কৰিব নোৱাৰি। আদালতৰ মতে, বিবাহিত জীৱনত পাৰস্পৰিক বিশ্বাস, স্বচ্ছতা আৰু গোপনীয়তাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়।

Recent News

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

বোকাখাটত ৰাজহুৱা আলোচনা চক্ৰ : অসমৰ প্ৰগতিশীল ৰাজনৈতিক ইতিহাসত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি

বোকাখাটত ৰাজহুৱা আলোচনা চক্ৰ : অসমৰ প্ৰগতিশীল ৰাজনৈতিক ইতিহাসত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি

মৰিগাঁৱত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ দোষত দোষী সাব্যস্ত : ২০ বছৰৰ কাৰাদণ্ড অপৰাধীক

মৰিগাঁৱত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ দোষত দোষী সাব্যস্ত : ২০ বছৰৰ কাৰাদণ্ড অপৰাধীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd