• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক কেন্দ্ৰীয় অধিৱেশন সন্দর্ভত মুখ্য মন্ত্ৰীৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2018 6:51 am
সোণোৱাল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

114
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁৱত অনুষ্ঠিত হ’ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক কেন্দ্ৰীয় অধিৱেশন সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে শনিবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত মুখ্য মন্ত্ৰীৰ সভা কক্ষত এক বৈঠক অনুষ্ঠিত  হয়।

বৈঠকত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া সকলে আগন্তুক অধিৱেশনৰ প্ৰস্তুতিৰ বিভিন্ন দিশ সম্পৰ্কে মুখ্য মন্ত্ৰীক অৱগত কৰোৱা হয়।

তাৰোপৰি অধিৱেশন উপলক্ষে মৰিগাঁও জিলাৰ বাট-পথৰ উন্নয়ন সাধন, অধিৱেশন স্থলীত পানী আৰু বিদ্যুৎ যোগানকে ধৰি আদি দিশতো আলোচনা কৰা হয়।

ফলত মুখ্য মন্ত্ৰী গৰাকীয়ে অঞ্চলটোৰ বাট-পথ উন্নয়ন সাধন, অধিৱেশনস্থলীত শৌচাগাৰ, বিশুদ্ধ খোৱাপানী যোগান, বিদ্যুৎ সংযোগকে ধৰি অধিৱেশনৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে উচ্চ পদস্থ বিষয়া সকলক নিৰ্দেশ দিয়ে।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীক ৰাজ্য চৰকাৰৰ সকলোবোৰ দিশ চোৱা-চিতা কৰিবলৈও নিৰ্দেশ দিয়ে।

শনিবাৰৰ বৈঠকখনত সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, বিদ্যুৎ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ, বিধায়ক ৰমাকান্ত দেউৰী, মুখ্য সচিব আলোক কুমাৰ, ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ চেয়াৰমেন ৰাজীৱ যাদৱ, মৰিগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া আৰু শংকৰদেৱ সংঘৰ বিষয়ববীয়া সকল উপস্থিত আছিল।

Recent News

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd