• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শৰাইঘাট দলং মেৰামতিৰ কাম পৰিদৰ্শন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2019 4:35 pm
CM visit the site of saraighat bridge

শৰাইঘাট দলং মেৰামতিৰ কাম পৰিদৰ্শনৰ সময়ত সৰ্বানন্দ সোণোৱাল

1.5k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ লগত উত্তৰ পাৰক সংযোগ কৰা পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই হাতত লৈছিল। ৰে’লৱে বিভাগৰ মেৰামতিৰ লেহেমীয়া গতিত কামৰূপ জিলা(গ্ৰাম্যৰ) উপায়ুক্ত কমল কুমাৰ বৈশ্যই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ৰে’লৱেক কামৰ গতি খৰটকীয়া কৰাৰ বাবে আহ্বান জনাইছিল।

জিলা প্ৰশাসনৰ তৎপৰতাৰ পাছত মেৰামতিৰ কাম চলি থকা শৰাইঘাট দলঙৰ কামৰ অগ্ৰগতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি শৰাইঘাট দলঙত উপস্থিত হয়। সোণোৱালৰ লগত উপস্থিত থাকে প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী।

সোণোৱালে দলঙৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰি বিভাগীয় দায়িত্বত থকা বিষয়া সকলক যিমান সোনকালে সম্ভৱ হয় আধৰুৱা কাম সম্পুৰ্ণ কৰি ৰাইজৰ বাবে দলঙখন মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাই।

উল্লেখযোগ্য যে, দলংখনৰ মেৰামতিৰ কাম আৰম্ভ হোৱাৰ পাছত এতিয়ালৈ মাত্ৰ ২০ শতাংশ কামহে সম্পুৰ্ণ হৈছে। পুৰণি দলংখন বন্ধ হৈ থকাৰ বাবে নতুন দলংখনেৰে গাড়ীবোৰ অহা-যোৱা কৰিলগীয়া হোৱা বাবে প্ৰত্যেকদিনে তীব্ৰ যান-যঁতৰ সৃষ্টি হয়।

কামৰূপ জিলা (গ্ৰাম্য) উপায়ুক্তই অতি কম সংখ্যক শ্ৰমিকেৰে মেৰামতিৰ কাম চলাই থকা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগত আলোচনা কৰি কাম-কাজৰ গতি তৰান্বিত কৰাৰ বাবে আৰু বিভিন্ন বিষয়ত সহযোগিতাৰ বাবে আহ্বান জনাইছিল।

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd