• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাৰ পাটবাউসী সত্ৰত মুখ্য মন্ত্ৰী সোণোৱাল: সত্ৰৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ অনুদান ঘোষণা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
October 23, 2018 3:03 pm
cab09ccf-e113-4f4d-b429-e2d623540400

বৰপেটাৰ পাটবাউসী সত্ৰত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : নৰ্থইষ্ট নাও

482
VIEWS
Share on FacebookShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৮ বছৰ ৬ মাহ কাল নিবাস কৰা বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত পাটবাউসী সত্ৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সত্ৰখনত আয়োজন কৰা এক আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সোণোৱালে হেলিকপ্টাৰেৰে আহি ৰামৰায় ষ্টেডিয়ামৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰে ৷

9e063b20-7017-44e8-8547-2cc5832f5005
পাটবাউসী সত্ৰত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : নৰ্থইষ্ট নাও

ইয়াৰ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে পাটবাউসী সত্ৰত উপস্থিত হৈ সত্ৰত সেৱা কৰি আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ৷ আলোচনা চক্ৰত অংশগ্ৰহণ কৰি সোণোৱালে  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰবৰ্তন কৰা একশৰণ ধৰ্মৰ ওপৰত বক্তব্য আগবঢ়ায়৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই দিয়া পথসমূহ গ্ৰহণ কৰিব পাৰিলে সমাজৰ পৰা হত্যা হিংসা আঁতৰ হ’ব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

মুখ্য মন্ত্ৰী সোণোৱালে পাটবাউসী সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতেও মত বিনিময় কৰে। আনহাতে, সত্ৰখনৰ উন্নয়নৰ বাবে মুখ্য মন্ত্ৰী গৰাকীয়ে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

Recent News

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd