• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘পুতলা-পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক’ শীৰ্ষক শিশু গ্ৰন্থমেলাত কবিতা পাঠ

মিণ্টু দাস by মিণ্টু দাস
October 19, 2018 4:43 pm
249
VIEWS
Share on FacebookShare on Twitter

‘পুতলা-পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক’ শীৰ্ষক বাণীৰে ১৯৯৬ চনৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰম্ভ হোৱা অসমৰ প্ৰথমখন শিশু গ্ৰন্থমেলা শাৰদীয় শিশু গ্ৰন্থমেলা এইবাৰো পুৰণিগুদাম প্ৰেছ ক্লাবে শাৰদীয় দুৰ্গা পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিছে।

পুৰণিগুদামৰ ছহিদ অনিল বৰা প্ৰেক্ষাগৃহত ১৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা শিশু গ্ৰন্থমেলাৰ আজি অন্তিম দিনাৰ দিনৰ ভাগত সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলা সমিতিৰ উদ্যোগত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়।

বিশিষ্ট কবি তথা নগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি দুৰ্গেশ্বৰ বৰকটকীয়ে উদ্বোধন কৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে বিশিষ্ট কবি এল প্ৰদীপ কুমাৰ সিংহই। বিশিষ্ট কবি-সাহিত্যিক-অনুবাদক পৰাণ কুমাৰ বৰুৱাই পৰ্যালোচনা কৰা কবিতা পাঠৰ অনুষ্ঠানটোত অৰ্দ্ধ শতাধিক নবীন-প্ৰবীন কবিয়ে কবিতা পাঠ কৰাৰ উপৰি লিমাৰিক আৰু আবৃত্তি কৰে।

এই কবিসকলৰ ভিতৰত তুলিকা দেৱী, হাচিনা মমতাজ, প্ৰবীন চন্দ্ৰ নাথ, মলয় লফং, মহানন্দ চুতীয়া, কৈলাস কুমাৰ ৰাজখোৱা, মিণ্টু দাস, দিপ্তী বৰা, প্ৰদীপ কুমাৰ শইকীয়া, প্ৰতিক্ষা দেউৰী, বিকাশ হাজৰিকাকে ধৰি আৰু কেইবাজনেও কবিতা পাঠ কৰাৰ লগতে ডিম্বেশ্বৰ ডেকাই অংকীয়া ভাওনাৰ কিছু পংক্তি আওৰাই।

নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক মদাৰজ্যোতিয়ে আঁত ধৰা অনুষ্ঠানটোত বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে।

Recent News

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd