• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

First inhaling Covid-19 vaccine: প্ৰথমখন দেশ হিচাপে কৰোনাভাইৰাছৰ ‘ইনহেলড’ ভেকচিনত অনুমোদন দিলে চীনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2022 8:55 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

174
VIEWS
Share on FacebookShare on Twitter

First inhaling Covid-19 vaccine প্ৰথমখন দেশ হিচাপে কৰ’নাভাইৰাছৰ ‘ইনহেলড’ বা উশাহত ল’ব পৰা ভেকচিনত অনুমোদন দিছে চীনে। এই ভেকচিনটো কেনচিনো নামৰ এটা কোম্পানীয়ে উদ্ভাৱন কৰিছে।

কোম্পানীটোৱে দাবী কৰিছে যে উশাহত বাষ্পৰ দৰে লোৱা ভেকচিনটোৱে কৰোনাৰ পৰা ভাল সুৰক্ষা প্ৰদান কৰিব।

লগতে পঢ়ক: Liz Truss: ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী লিজ ট্ৰাছ; সৰ্বশক্তিৰে যুঁজ দিও পৰাজিত ভাৰতীয় মূলৰ ঋষি ছুনাক

চীনৰ ৰাষ্ট্ৰীয় চিকিৎসা সামগ্ৰী কৰ্তৃপক্ষই কেনচিনোৰ এই ভেকচিনক বুষ্টাৰ ড’জ হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমোদন জনাইছে।

ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীৰ আন এটা দলে ইতিমধ্যে কৰোনাৰ নেছেল স্প্ৰে (নাকেৰে ব্যৱহাৰ কৰা স্প্ৰে) ভেকচিনৰ ওপৰত কাম কৰি আছে।

লগতে পঢ়ক: নোবেল বিজয়ী সাংবাদিক মুৰাটভৰ বাতৰিকাকতৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে ৰাছিয়াই

তেওঁলোকে দাবী কৰে যে এই ভেকচিনে নাক আৰু শৰীৰৰ ওপৰৰ অংশত বতাহৰ জৰিয়তে প্ৰৱেশ কৰা কৰোনা ভাইৰাছক প্ৰতিৰোধ কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত এক কাৰ্যকৰী ভূমিকা পালন কৰিব।

Recent News

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd