• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই মুখ্য অস্ত্ৰ নিৰ্মাতা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত চীনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2022 11:26 am
187
VIEWS
Share on FacebookShare on Twitter

China decided to ban US arms companies চীনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা বৃহৎ অস্ত্ৰ নিৰ্মাতা কোম্পানী ৰিথন আৰু বোয়িংৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে।

পেন্টাগনৰ দ্বাৰা টাইৱানলৈ বৃহৎ পৰিমাণৰ অস্ত্ৰ সৰবৰাহত তেওঁলোকৰ অৱদানৰ বাবে দুয়োটা সৰ্ববৃহৎ অস্ত্ৰ নিৰ্মাতাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে চীনে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিংয়ে শুকুৰবাৰে বেইজিঙত এক সংবাদমেলৰ সময়ত এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে।

লগতে পঢ়ক: ৰাণী এলিজাবেথৰ কফিনৰ ওচৰলৈ যাবলৈ অনুমতি দিয়া নহয় চীনা প্ৰতিনিধিক!

তেওঁ কয় যে ৰেথন টেকন’লজিৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া গ্ৰেগৰী জে. হেইজ আৰু বোয়িং ডিফেন্স, স্পেচ এণ্ড ছিকিউৰিটিৰ প্ৰেছিডেন্ট তথা মুখ্য কাৰ্যবাহী বিষয়া থিঅ’ডৰ ক’লবাৰ্টৰ বিৰুদ্ধে নিষেধাজ্ঞা ঘোষণাৰ সিদ্ধান্ত লোৱা হৈছে।

টাইৱানলৈ ১০০কোটি ৬০ লাখ ডলাৰৰ নতুন অস্ত্ৰ সৰবৰাহৰ পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুয়োটা অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ মুৰব্বীৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ বৈদেশিক সম্পৰ্ক সমিতিয়ে ‘টাইৱান পলিচি এক্ট’ নামৰ এখন বিধেয়ক গৃহীত কৰে। সেই বিধেয়কৰ অধীনত আমেৰিকা যুক্তৰাষ্ট্ৰই এই অস্ত্ৰ নতুনকৈ টাইৱানক দিব।

লগতে পঢ়ক: অনুশোচনা! ৪৩ বছৰত ৫৩ বাৰ বিবাহপাশত আৱদ্ধ হৈও কোনোমতেই নাপালে সুখ

বিধেয়কখন এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ দ্বাৰা গৃহীত কৰা হ’ব আৰু তাৰ পিছত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে হোৱাইট হাউচলৈ প্ৰেৰণ কৰা হ’ব। যদি ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত স্বাক্ষৰ কৰে তেন্তে ই আইনত পৰিণত হ’ব।

আনহাতে, চীনে টাইৱানক নিজৰ ভূখণ্ড বুলি গণ্য কৰে আৰু আমেৰিকা চৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ যোগানক চীনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি বিবেচনা কৰে।

Recent News

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd