• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আমেৰিকাৰ সৈতে যিকোনো যুদ্ধৰ বাবে সাজু চীন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2025 9:00 am
আমেৰিকাৰ সৈতে যিকোনো যুদ্ধৰ বাবে সাজু চীন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ সামগ্ৰীৰ ওপৰত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নতুন বাণিজ্যিক শুল্ক আৰোপ কৰাৰ পিছতে আমেৰিকাক সকীয়াই দিছে যে চীন যিকোনো ধৰণৰ যুদ্ধৰ বাবে সাজু। ড’নাল্ড ট্ৰাম্পে নতুন বাণিজ্যিক শুল্ক আৰোপ কৰাৰ পাছতে চীনেও আমেৰিকাৰ কৃষিজাত সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰে।

এক বিবৃতিত চীনৰ দূতাবাসে কয় যে যদি আমেৰিকাই যুদ্ধ বিচাৰে – সেয়া শুল্ক যুদ্ধ হওক বা আন কিবা – তেন্তে চীন শেষলৈকে যুঁজিবলৈ সাজু। ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত চীনে এই কঠোৰ সতৰ্কবাণী জাৰি কৰিছিল।  

চীনৰ প্রিমিয়াৰ(প্ৰধানমন্ত্ৰী) লি কেকিয়াঙে ঘোষণা কৰিছে যে চীনে এইবাৰ ৭.২% প্ৰতিৰক্ষা ব্যয় বৃদ্ধি কৰিব। তেওঁ লগতে উল্লেখ কৰে যে বিশ্বত বৃহৎ পৰিবৰ্তন দ্ৰুতগতিত ঘটিছে। অৱশ্যে চীনৰ প্ৰতিৰক্ষা ব্যয়ৰ এই বৃদ্ধি অপ্ৰত্যাশিত নহয়,  বিগত বছৰৰ বৃদ্ধিৰ সৈতে একে।

বাণিজ্য যুদ্ধৰ ভাবুকি আহিলেও চীনে নিজৰ অৰ্থনীতিৰ বিকাশ অব্যাহত ৰাখিবৰ বাবে চেষ্টা কৰিছে। মধ্যপ্ৰাচ্য আৰু ইউক্ৰেইনৰ যুদ্ধত জড়িত আমেৰিকাৰ দৰে নহৈ চীন শান্তিপূৰ্ণ আৰু সুস্থিৰ দেশ হিচাপে থাকিব বিচাৰে বুলি উল্লেখ কৰে। একে সময়তে চীনে বিদেশী বিনিয়োগৰ ক্ষেত্ৰটো গুৰুত্ব প্ৰদান কৰিছে।

চীনৰ দূতাবাসে ফেণ্টানিল ড্ৰাগছৰ গোচৰত চীন জড়িত থকাৰ দাবীৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চীনৰ সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰাটো আমেৰিকাৰ বাবে কেৱল অজুহাতহে। তেনে ভাবুকিয়ে চীনৰ একো ক্ষতি কৰিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে।

আমেৰিকাৰ দৰে বহুতে চীনক এক ডাঙৰ অৰ্থনৈতিক আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰে সেয়ে আমেৰিকা আৰু চীনৰ মাজত উত্তেজনাপূৰৰ্ণ সম্পৰ্ক বিৰাজ কৰি আহিছে । চীনৰ সৈতে ট্ৰাম্পৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ হ’ব বুলি আশা কৰা হৈছিল যদিও উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱাহে দেখা গৈছে বুলি মত প্ৰকাশ কৰে।

চীনৰ সামৰিক বাজেট বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহত্তম যদিও এতিয়াও আমেৰিকাতকৈ সৰু। বিশেষজ্ঞসকলৰ মতে চীনে মুকলিকৈ স্বীকাৰ কৰাতকৈও হয়তো প্ৰতিৰক্ষাৰ বাবে বহু বেছি খৰচ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd