• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অধিক খালে ভৰিব লাগিব জৰিমনা; আইন আনি খোৱাক লৈ আমাৰ চুবুৰীয়া দেশখনৰ এই নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2020 1:34 pm
food waste

প্ৰতিনিধিত্বমূলক ফটো।

391
VIEWS
Share on FacebookShare on Twitter

কৰ’না পৰিস্থিতিৰ মাজত আমাৰ চুবুৰীয়া দেশ চীনে এতিয়া খাদ্য সংকটৰ মোকাবিলা কৰিবলৈ এটি নতুন কাৰ্যসূচী গ্ৰহণ কৰিছে। কাৰ্যসূচীটোৰ নাম দিয়া হৈছে ‘অপাৰেশ্যন এম্প্টি  প্লেট’।

এই অভিযানৰ উদ্দেশ্য হ’ল নিশা কম খাদ্য খোৱা তথা খাদ্যৰ অপচয় সম্পৰ্কে নাগৰিকসকলক সজাগ কৰি তোলা।

তদুপৰি, চীনৰ চৰকাৰে এটি নতুন নীতি প্ৰৱৰ্তন কৰিছে য’ত নাগৰিক তথা হোটেল-ৰেষ্টুৰেন্টসমূহক খাদ্য অপচয় কৰাৰ বাবে জৰিমনা বিহা হ’ব।

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে ‘অপাৰেশ্যন এম্প্টি  প্লেট’ আৰম্ভ কৰি জানিবলৈ দিছে যে ইয়াৰ উদ্দেশ্য মানুহক যিমান প্ৰয়োজন সেইখিনিহে খাবলৈ উৎসাহিত কৰা।

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সদৰী কৰে যে খাদ্য অপচয় কৰাৰ ক্ষেত্ৰত হেনো চীন বহুত আছে। ছচিয়েল মডিয়াত এজন লোকে একেসময়তে ১০টা বাৰ্গাৰ তথা পিজা খোৱা দেখা গৈছে।

চীনত কোনো কিমান খাব পাৰে ধৰণৰ এটা চেলেঞ্জ ‘ওভাৰ ইটিং’ যথেষ্ট জনপ্ৰিয়। বহুতেই এনে চেলেঞ্জ গ্ৰহণ কৰি অধিক খোৱাৰ ভিডিঅ’ বনাইছে। বৰ্তমান সেইটো আইনৰ জৰিয়তে নিষিদ্ধ কৰা হৈছে।

‘অপাৰেশ্যন এম্প্টি  প্লেট’ৰ অধীনত চীন অধিক খোৱাটো বেআইনী কৰা হ’ব। অতিৰিক্ত খোৱাৰ বাবে প্ৰায় ১ লাখ টকাৰ জৰিমনা কৰাও হ’ব বুলি কোৱা হৈছে। সেইদৰে, ৰেষ্টুৰেন্টসমূহেও যদি এই আইন উলংঘা কৰে তেতিয়াহ’লে তেওঁলোকৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আনহাতে, চীনত এনেধৰণৰ খোৱাৰ চেলেঞ্জৰ ভিডিঅ’সমূহ যদি কোনো টিভি চেনেলে বা আন কোনোৱে প্ৰম’ট কৰে তেতিয়া তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব।

তথ্য অনুসৰি, চীনত প্ৰতি বছৰে ৩কোটি টন খাদ্য অপচয় হয় আৰু সেইদৰে মুঠ উৎপাদনৰ ৬শতাংশ খাদ্য শস্য বিনষ্ট হয়।

Recent News

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

যৌতুক দিব নোৱাৰাৰ বাবেই যৌনাংগত ভৰাই দিলে গৰম লোহা : শহুৰেকৰ নিৰ্মম অত্যাচাৰত বোৱাৰীৰ মৃত্যু

যৌতুক দিব নোৱাৰাৰ বাবেই যৌনাংগত ভৰাই দিলে গৰম লোহা : শহুৰেকৰ নিৰ্মম অত্যাচাৰত বোৱাৰীৰ মৃত্যু

ভাৰত ২০২৭ চনত  অনুষ্ঠিত হ’ব লোকপিয়ল! অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই

ভাৰত ২০২৭ চনত  অনুষ্ঠিত হ’ব লোকপিয়ল! অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd