• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ চীনে সফল পৰীক্ষণ কৰিলে উৰিব পৰা গাড়ীৰ , প্ৰতি ঘণ্টাত গতিবেগ ২৩০ কিলোমিটাৰ !

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 19, 2022 1:38 pm
170
VIEWS
Share on FacebookShare on Twitter

আধুনিক প্ৰযুক্তিয়ে মানুহক ক’ৰ পৰা ক’লৈ নিছে সেয়া ভাবিলেই আচৰিত লাগে। পৃথিৱীৰ প্ৰথমখন উৰন্ত বাইকৰ কথা বহুল ভাবে জনাজাত হোৱাৰ সময়তে চীনে উৰণীয়া গাড়ীৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে । উৰন্ত বাইকখন আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা গৈছে।

নেটিজেনসকলে ভাইৰেল ভিডিঅ’টো চোৱাৰ পিছত ষ্টাৰ ৱাৰ্ছৰ দ্ৰুত বেগী বাইকখনৰ কথাকে তেওঁলোকক মনত পেলাই দিছে পৃথিৱীৰ এই প্ৰথমখন উৰন্ত বাইকে।

জাপানী ষ্টাৰ্ট-আপ AERWINS Technologies-য়ে নিৰ্মাণ কৰি উলিয়াইছে এই hoverbike। এই হোভাৰবাইকখনৰ আত্মপ্ৰকাশ ঘটিছে ডেট্ৰয়েট অটো শ্ব’ (Detroit Auto Show)ত। এই উৰন্ত বাইকখনৰ এটা ভিডিঅ’ ইতিমধ্যে পোহৰলৈ আহিছে। ভিডিঅ’টো টুইটাৰত ভাইৰেল হৈ পৰিছে আৰু সকলোৱে ইয়াক দেখি আচৰিত হৈ পৰিছে। পৃথিৱীৰ এই প্ৰথমখন উৰন্ত বাইকৰ নাম হৈছে XTURISMO hoverbike। উৰন্ত বাইকে মানুহৰ দৃষ্টি আকৰ্ষণ কৰাৰ সময়তে

A #maglev vehicle technology test saw a 2.8-tonne car float 35 millimeters above the road and run on a highway in #Jiangsu, east China. A permanent magnet array was installed for levitation. pic.twitter.com/7vWc8TvJpn

— QinduoXu (@QinduoXu) September 12, 2022

চীনৰ চিচুয়ান প্ৰদেশৰ চেংডুৰ দক্ষিণ-পশ্চিম জিয়াওটং বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এখন “উৰণীয়া” চাৰিচকীয়া বাহনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিছে। চুম্বক প্ৰযুক্তিৰ সহায়তেই বাহনসমূহ উৰিব পাৰে বুলি গৱেষকসকলে কৈছে। প্ৰথমাৱস্থাত উৰিব পৰা আঠখন চেডান বাহনৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে।এনে বাহনে প্ৰতি ঘণ্টা সৰ্বাধিক ২৩০ কিলোমিটাৰ গতিবেগত চলিব পাৰে বুলি কোৱা হৈছে।

উৰিব পৰা এনে বাহন নিৰ্মাণ কৰি উলিয়াইছে বিশ্ববিদ্যালয়খনৰ অধ্যাপক ডেং জিগাঙে। জিগাঙে সাংবাদিকৰ আগত কয় যে এনে উৰণীয়া গাড়ী চলাবলৈ চুম্বকীয় প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব। ফলত ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিব পৰা যাব। ১৯৮০ ৰ দশকৰ পৰা এই প্ৰযুক্তি ব্যৱহাৰ কৰি চীনত বুলেট ৰে’ল চলাই থকা হৈছে। অৱশ্যে প্ৰযুক্তিটো প্ৰথমবাৰৰ বাবে চাৰিচকীয়া বাহনত প্ৰয়োগ কৰা হৈছে।

Recent News

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd