• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তৰ্জাতিক হেচাত সেও মানিলে চীনে! কৰ’নাৰ উৎসক লৈ তদন্তত অনুমতি জিনপিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2020 11:11 am
c57db9a7dca9d4f4ea9f010654c4b763_20190906150145

চীনৰ ৰাষ্ট্ৰপতি সি জিনপিং

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তৰ্জাতিক হেচাত সেও মানি অৱশেষত কৰ’নাৰ উৎসক লৈ বিশ্ব স্বাস্থ্য সংস্থাক তদন্তৰ অনুমতি দিলে বেইজিঙে।

সোমবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ বাৰ্ষিক স্বাস্থ্য সন্মিলনত সংস্থাৰ তদন্তত সকলোধৰণে সহযোগিতা কৰাৰ বাবে সন্মতি দিয়ে চীনৰ ৰাষ্ট্ৰপতি সি জিনপিঙে।

কৰ’না ভাইৰাছৰ উৎস ক’ত বা ইয়াৰ উৎপত্তি কেনেকৈ ঘটিল তাক লৈ তদন্ত কৰাৰ বাবে অষ্ট্ৰেলিয়া তথা য়ুৰোপীয় য়ুনিয়নে অনা প্ৰস্তাৱক বিশ্বৰ ৬১খন দেশে সমৰ্থন কৰিছে।

ভাৰতেও এই তদন্তৰ পক্ষে নিজৰ স্থিতি স্পষ্ট কৰিছে।

বিশ্বৰ সৰ্বমুঠ ১২০খন দেশে কৰ’নাক লৈ এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ ডিৰেক্টৰ জেনেৰেল ঘ্ৰেবিয়াছুৱে সোমবাৰে এই প্ৰস্তাৱক সমৰ্থন কৰিছে। ইমানবোৰ দেশৰ সন্মিলিত হেচাত একপ্ৰকাৰ সেও মানি চীনে বাধ্য হৈ তদন্তৰ অনুমতি দিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সোমবাৰে অনুষ্ঠিত বাৰ্ষিক সন্মিলনত জিনপিঙে কয়,’’সন্মিলনত যি নিৰপেক্ষ, বিতং তথা পৰ্যায়ভিত্তিক তদন্তৰ প্ৰস্তাৱ দিয়া হৈছে আমি ইয়াক আদৰণি জনাইছো। যিমান শীঘ্ৰেই পাৰি আমি নিৰপেক্ষ তদন্ত আৰম্ভ কৰিম।‘’

তেওঁ লগতে কয়,’’মহামাৰীৰ পৰা পোৱা অভিজ্ঞতা তথা লাভ কৰা শিক্ষা সকলোৰে সৈতে শ্বেয়াৰ কৰিব বিচাৰো। তদুপৰি, ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক পৰ্যায়ত কৰ’না মোকাবিলাৰ বাবে যাতে আমি আগন্তুক দিনত অধিক সজাগ হ’ব পাৰো তাৰ বাবে সকলো তথ্য আমি দিম।‘’

কৰ’নাৰ উৎস বিচাৰি কৰিবলগীয়া এনে তদন্তত চীনৰ সহযোগিতাই বিশেষ গুৰুত্ব বহন কৰিছে।

ইয়াৰ পূৰ্বে আমেৰিকাই কেইবাবাৰো চীনত দল পঠিয়াই তদন্ত কৰিব বিচাৰিছিল যদিও চীনে সহযোগ কৰা নাছিল।

এইবাৰ নিৰপেক্ষ তদন্তৰ বাবে আন্তৰ্জাতিক হেচাত চীনে সন্মতি দিয়াৰ পাছত ইয়াৰ ফলাফলক লৈ স্বাভাৱিকতে দৃষ্টি থাকিব।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm
বি টি এ ডিত নিযুক্তিৰ নামত নিত্য-নতুন প্ৰবঞ্চনা  : প্ৰবঞ্চনা বন্ধ কৰি শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী ডি ৱাই এফ আইৰ

বি টি এ ডিত নিযুক্তিৰ নামত নিত্য-নতুন প্ৰবঞ্চনা  : প্ৰবঞ্চনা বন্ধ কৰি শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী ডি ৱাই এফ আইৰ

August 16, 2025 7:01 pm
দিনে ৰাতিয়ে টান অন্তৰ্বাস পৰিধান : হ’ব পাৰে নেকি স্তন কেঞ্চাৰৰ কাৰণ?

দিনে ৰাতিয়ে টান অন্তৰ্বাস পৰিধান : হ’ব পাৰে নেকি স্তন কেঞ্চাৰৰ কাৰণ?

August 16, 2025 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd