• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অ’লিৰ সৈতে হলিগলি: ভাৰত-নেপালৰ সংঘাতৰ আঁৰত এগৰাকী সুন্দৰীৰ মায়াজাল!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 10:17 am
WhatsApp Image 2020-07-07 at 9.30.22 AM
19.9k
VIEWS
Share on FacebookShare on Twitter

ভাৰত-চীন সংঘাতক আন এক মাত্ৰা প্ৰদান কৰি ভাৰতৰ বিৰুদ্ধে নেপালৰ আগ্ৰাসী অৱস্থানে বিশেষ চৰ্চা লাভ কৰি আহিছে।

নেপালৰ এনে আচৰণৰ আঁৰত ৰঙা চীনৰ হাত থকা কথাটো সৰ্বজনবিদিত।

কিছুদিন পূৰ্বে নেপালে তুলি ধৰা নতুন মানচিত্ৰত ভাৰতৰ লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰাক নিজৰ বুলি দাবী কৰিছে নেপালে।

আনকি নেপালৰ সংসদতো গৃহীত হৈছে এই নতুন মানচিত্ৰ।

বহুলভাৱে চৰ্চিত বি,য়টো হৈছে এইক্ষেত্ৰত চীনে নেপালত নিযুক্ত ইয়াৰ ৰাষ্ট্ৰদূত হউ য়ানকিক ব্যৱহাৰ কৰিছে।

সূত্ৰসমূহৰ মতে, নেপালৰ নতুন মানচিত্ৰখন সংসদত উত্থাপন কৰাৰ আঁৰতো আছিল চীনৰ ৰাষ্ট্ৰদূত য়ানকিৰ বিশেষ ভূমিকা।

স্বাভাৱিকতে প্ৰশ্ন হয় এখন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতগৰাকী এখন দেশৰ নীতিগত বিষয়ত কেনেকৈ ইমান প্রভাৱশালী হৈ পৰিল?

ইয়াৰ আঁৰৰ কাহিনী ক’বলৈ গ’লে কেইদিনমান পূৰ্বে পোহৰলৈ অহা এটি ভিডিঅ’ৰ কথাই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

উক্ত ভিডিঅ’টোত চীনৰ ৰাষ্ট্ৰদূত ইয়ানকিক এটা অনুষ্ঠানত নেপালৰ পৰম্পৰাগত গহনা আৰু চোলি-লেহেংগা পৰিধান কৰি লোকসংগীতৰ তালে তালে নৃত্য কৰা দেখা গৈছিল।

সুন্দৰী ইয়ানকিৰ নৃত্যুত মুগ্ধ হৈ পৰিছিল নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লি। অ’লিৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ইয়ানকি অ’লিৰ সৈতে আৰম্ভ কৰে হলিগলি।

লাহে লাহে ৰাজনীতিতো প্ৰভাৱ পেলাই ইয়ানকিয়ে নেপালৰ প্ৰধান মন্ত্ৰী অ’লিৰ বিশ্বাসভাজন হৈ পৰি অ’লিৰ কাষত নিজৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰি তোলে।

বাতৰি অনুসৰি, নেপাল সাংবিধানিক সংকট সৃষ্টি হোৱাৰ সময়তো ইয়ানকিৰ হস্তক্ষেপতে হেনো সমস্যাৰ নিষ্পত্তি হয়।

ইয়াৰ পাছতে নেপালৰ চকুৰ মণি হৈ পৰে হউ ইয়ানকি। আনহাতে, ৰাষ্ট্ৰদূত হ’লেও ইয়ানকিৰ আকৌ চীনৰ সেনা বিষয়াৰ পৰা আৰম্ভ কৰি নেপালৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়লৈকে অবাধ বিচৰণ চলে।

নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা সিং ভাণ্ডাৰীকে ধৰি দেশখনৰ মন্ত্ৰীবৰ্গ আৰু সকলোক্ষেত্ৰতে ইয়ানকিয়ে ৰাণী মৌৰ দৰে বিশাল ক্ষমতাৰ অধিকাৰী। সেই সূত্ৰেই তেওঁ নেপালক ভাৰত বিৰোধী কৰি তোলাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে।

সূত্ৰৰ খৱৰ অনুসৰি মানচিত্ৰৰ সংশোধনৰ পৰা আৰম্ভ কৰি সীমান্তত সেনা শিৱিৰ স্থাপনলৈকে সকলোতে আছে ইয়ানিকৰ হাত।

ইয়ানকিৰ প্ৰভাৱতে এতিয়া নেপালত চীনৰ সেনাৰ প্ৰৱেশ বাধাহীন। কৰ’না প্ৰতিৰোধৰ বাবেও নেপালক সকলোধৰণৰ সহায় কৰিবলৈ আগবাঢ়ি আহিছে চীন। আৰু এই সকলোতে আছে ৰাষ্ট্ৰদূত ইয়ানকিৰ যাদুকৰী স্পৰ্শ!

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd