• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনত প্ৰতিবাদৰ মুখ ‘টেংক লেডী’! ঘূৰাই আনিছে তিয়েনানমেন স্কোৱেৰৰ স্মৃতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2022 3:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Chinese girl defiantly stands in front of riot cops চীনৰ জনসাধাৰণে ৰাষ্ট্ৰপতি জি জিনপিঙৰ শূন্য কোভিড নীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে। চীনৰ চহৰসমূহত প্ৰতিবাদ অব্যাহত আছে। কিছুমান প্ৰতিবাদকাৰীয়ে আনকি জিনপিঙৰ পদত্যাগ দাবী কৰিছে। আনহাতে, ছ’চিয়েল মিডিয়াত এগৰাকী যুৱতীৰ ফটো ভাইৰেল হৈ পৰিছে। ছবিখনত তেওঁক শূন্য কোভিড নীতিৰ বিৰুদ্ধে জনসাধাৰণৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সন্মুখত নিৰ্ভয়ে থিয় হৈ থকা দেখা গৈছে।

বহুতেই এই যুৱতীক উচ্চ প্ৰশংসা কৰিছে আৰু তাইক ‘টেংক লেডী’ বুলি অভিহিত কৰিছে। দৰাচলতে, যুৱতীগৰাকীক ১৯৮৯ চনত তিয়েনানমেন স্কোৱেৰৰ টেংকৰ সন্মুখত দুয়োখন হাতত মোনা লৈ থিয় হোৱা মানুহজনৰ সৈতে তুলনা কৰা হৈছে। সেই সময়ত বেইজিঙৰ বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰা হৈছিল।

আজি ৩০বছৰৰ পিছত প্ৰতিবাদকাৰীসকলে আকৌ এবাৰ ছাংহাই আৰু বেইজিঙৰ ৰাজপথলৈ আহিছে আৰু মুকলিকৈ শূন্য কোভিড নীতিৰ বিৰোধিতা কৰিছে। এই সময়ছোৱাত এগৰাকী যুৱতীক আৰক্ষীৰ সন্মুখত সাহসেৰে থিয় হৈ কেমেৰাৰে ভিডিঅ’ বনাই থকা দেখা গৈছে।

প্ৰথমে, পুলিচে তেওঁক ঠেলি দিছিল আৰু তাৰ পিছত তেওঁক লৈ যোৱা দেখা গৈছিল। চীনৰ আইন-শৃংখলা ৰক্ষাত নিয়োজিত বাহিনীয়ে কেমেৰামেনজনক ছবিৰ ৰেকৰ্ডিং কৰাত বাধা দিয়াৰ পিছত যুৱতীগৰাকীৰ কি হ’লল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

সাংবাদিক য়াছাৰ আলীয়ে ভিডিঅ’টো টুইট কৰি লিখিছে, “চীন চৰকাৰৰ আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হৈ সাহসেৰে থিয় হৈ থকা এই সাহসী যুৱতীক চাওক। আমি যেতিয়া ইৰাণক সমৰ্থন কৰিব পাৰোঁ, আমি চীনকো সমৰ্থন কৰা উচিত।‘’

WOW!

Watch this brave woman stand strong and continue to film the abuses of Chinese government security forces!

She then gets beaten herself!

While we support the people of Iran, we must also support the brave people of China as they take on the totalitarian CCP! pic.twitter.com/AmCXbdD11t

— Yashar Ali 🐘 (@yashar) November 28, 2022

আনহাতে, প্ৰতিবাদৰ সময়ত খালী কাগজৰ পৃষ্ঠাবোৰ এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে, যাক বহুতে ‘উকা কাগজৰ বিপ্লৱ’ বা ‘A 4 বিপ্লৱ’ বুলি কয়। সমগ্ৰ দেশজুৰি বিভিন্ন প্ৰতিবাদৰ সময়ত লোকসকলক এখন খালী কাগজ ধৰি থকা দেখা গৈছিল। কিছুমানে কয় যে এইটো চেঞ্চৰশ্বিপ এৰাই চলাৰ এটা উপায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd