• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছিকিমৰ নাকু-লা সীমান্তত চীনা সৈন্যৰ সঞ্চালন : সষ্টম ভাৰতীয় সৈন্যও

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2020 8:53 am
28a5742d8004a151b2044268a2caadb8fac3b2b13efe66be8eb9fc2aef425011

প্ৰতিনিধিত্বমূলক ফ'টো, উৎস- ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখত ভাৰত-চীন সীমান্তত দুই দেশৰ মাজত চৰম উত্তেজনাই বিৰাজ কৰাৰ সময়তে উত্তৰ ছিকিম সীমান্তত চীনা সৈন্যৰ সঞ্চালন প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে ভাৰতীয় সেনাই।

ভাৰতীয় সেনাৰ মতে যোৱা মঙলবাৰে সন্ধিয়া ৭ মান বজাত চীনৰ সেনাবাহিনীৰ প্ৰায় ২০০ জনীয়া এটা দলে নাকু-লা সীমান্ত এলেকাত তহল দিয়ে।

নাকু-লা সীমান্তলৈ অহা চীনা সৈন্যৰ দলটোৰ গতি বিধি লক্ষ্য কৰি ভাৰতীয় সেনাৰ জোৱানসকলে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছিল বুলি জনাইছে ভাৰীতয় সেনাৰ সূত্ৰই।

কিন্তু নিয়্ন্ত্ৰণ ৰেখা(এল অ’ চি) পোৱাৰ পাছতে চীনা সৈন্যৰ দলটোৱে ওপৰে ওপৰে তহল দি পুনৰ উভতি যোৱাৰ ফলত দুই পক্ষৰ মাজত কোনো উত্তেজনাৰ সৃষ্টি  নহ’ল বুলি প্ৰকাশ কৰিছে ভাৰতীয় সেনাই।

ইফালে বুধবাৰে কালিম্পঙৰ ২৭ নম্বৰ মাউন্ট স্ক্ৰাইকিং ডিভিজনৰ ছিনিয়ৰ কামাণ্ডাৰ কপ্টাৰে উত্তৰ আৰু দক্ষিণ ছিকিমৰ সীমান্ত অঞ্চলত পৰিভ্ৰমণ কৰে।

সেনাবাহিনীৰ সুকনাৰ ৩৩ নং ক’ৰ কামাণ্ডাৰ এলেকাৰ কেবেটাও কোম্পানী উত্তৰ ছিকিমৈল প্ৰেৰণ কৰা হৈছে। দক্ষিণ ছিমিকতো সেনাৰ সমাৱেশ বঢ়োৱা হৈছে বুলি জনাইছে ভাৰতীয় সেনাৰ সূত্ৰই।

উত্তৰ ছিকিমৰ থাঙ্গু উপত্যকাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বৰ মুগুথান। এই মুগুথানৰ পৰা আৰু ১০ কিলোমিটাৰ দূৰত্বৰ নাকুত ভাৰতীয় সেনাৰ এটা ঘাটি আছে।

এই নাকু জনপথৰ পৰা ৫ কিলোমিটাৰ ভাৰত-চীন সীমান্ততে আছে নাকু-লা। এই দুৰ্গম অঞ্চলটোত ভাৰত আৰু চীনা সৈন্যই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে লংৰুট পেট্ৰ’লিং(এলআৰপি) দিয়ে।

কিন্তু মঙলবাৰে সন্ধিয়া হঠাতে চীনা সৈন্যই এই এলআৰপি ভংগ কৰি নাকু-লাত সঞ্চালন কৰাত ভাৰতীয় সৈন্যও সষ্টম হৈ উঠে।

অৱেশ্যে চীনা সৈন্যৰ দলটোৱে সীমান্তৰ পৰা উভতি যোৱাত সিমানতে উশপম ঘটে উত্তেজনাৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd