• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলী বিধানসভা উপ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব চিত্তৰঞ্জন বসুমতাৰী

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
February 15, 2022 1:37 pm
WhatsApp Image 2022-02-15 at 12.44.43 PM
208
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ উপ নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

মাজুলী উপ নিৰ্বাচনত অজাপৰ প্ৰাৰ্থী হ’ব চিত্তৰঞ্জন বসুমতাৰী।

পাঁচ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলৰ প্ৰাৰ্থিত্বৰ বাবে আৱেদন কৰিছিল।

লগতে পঢ়ক: নাইজেৰিয়ান কোকেইন সৰবৰাহকাৰীৰে কি সম্পৰ্ক অসমৰ মাৰোৱাৰী ব্যৱসায়ীৰ?

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে ‘বিভিন্ন দিশ পৰ্যালোচনা কৰি আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিলো।‘

বিজেপিয়ে ভূমি কেলেংকাৰীৰ সৈতে জড়িত লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি অভিযোগ কৰে লুৰীণজ্যোতি গগৈয়ে।

গগৈয়ে কংগ্ৰেছ, ৰাইজৰ দল তথা বাওঁপন্থী দলসমূহক মাজুলীত প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Recent News

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

ৰাজ্যখনৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ সংগ্ৰামৰ কাহিনী –

ৰাজ্যখনৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ সংগ্ৰামৰ কাহিনী –

ৰাছিয়াৰ ৪০০ ড্ৰোন, ৪০টা ক্ষেপণাস্ত্ৰৰ আক্ৰমণত তচনচ ইউক্ৰেইন; ৬জনৰ মৃত্যু, আহত কমেও ৮০ জন

ৰাছিয়াৰ ৪০০ ড্ৰোন, ৪০টা ক্ষেপণাস্ত্ৰৰ আক্ৰমণত তচনচ ইউক্ৰেইন; ৬জনৰ মৃত্যু, আহত কমেও ৮০ জন

চীন আৰু আমেৰিকাৰ মাজত হ’ব বাণিজ্যিক চুক্তি : ঘোষণা কৰিলে ড’নাল্ড ট্ৰাম্পে

চীন আৰু আমেৰিকাৰ মাজত হ’ব বাণিজ্যিক চুক্তি : ঘোষণা কৰিলে ড’নাল্ড ট্ৰাম্পে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd