• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লালদেংগাক সোঁৱৰাই কেন্দ্ৰক সকীয়নি সহস্ৰ বিক্ষুব্ধ মিজো শিক্ষাৰ্থীৰ

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ মিজোৰামত। গণৰাজ্য দিৱস বৰ্জন মিজো সংগঠনৰ।

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2019 7:38 pm
Modi effigy burnt, Massive protest against citizenship bill in Mizoram

আইজলৰ ৱানাপা হলৰ সমীপত বিধেয়ক বিৰোধী প্ৰতিবাদৰ জন সমাগম। সৌজন্য- ফে’চবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত ৰাষ্ট্ৰই প্ৰথম আৰু শেষবাৰৰ বাবে স্বদেশৰ নাগৰিকৰ ওপৰত বিমান আক্ৰমণেৰে নিয়ন্ত্ৰণ কৰিব লগা হোৱা লালদেংগা নেতৃত্বাধীন মিজো সশস্ত্ৰ অভ্যুত্থানৰ কাহিনী সোঁৱৰাই নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত কেন্দ্ৰক সকীয়াই দিছে হাজাৰ হাজাৰ মিজো শিক্ষাৰ্থীয়ে।

লালদেংগাৰ পিছত সতীৰ্থ জ’ৰামথাংগাও এতিয়া ভাৰতীয় সংবিধান মানি মিজোৰামৰ মুখ্য মন্ত্ৰী। কিন্তু আজিৰ শান্ত আইজলত মিজো জিৰলাই পল (Mizo Zirlai Pawl)ৰ আহ্বানত নোহোৱা নোপজা ধৰণেৰে বিধেয়কখনৰ বিৰুদ্ধে ওলাই অহা ছাত্ৰ-ছাত্ৰীসকলে মোদী চৰকাৰক সকীয়াই পুনৰ জীৱন্ত কৰি তুলিছে ১৯৬৬ চনৰ মিজো সশস্ত্ৰ অভ্যুত্থানৰ কাহিনী।

“কেন্দ্ৰই ১৯৬৬ৰ মিজো অভ্যুত্থানৰ কথা পাহৰিলে নেকি? যদি কেন্দ্ৰ বিধেয়কক লৈ আগবাঢ়ে, আমিও বিচ্ছিন্নতাৰ আন্দোলন আৰম্ভ কৰিবলৈ কুণ্ঠাবোধ নকৰো,” স্বাধীনতাৰ নিঃসংকোচ প্ৰস্তাৱেৰে ৰাজ্যখনৰ সকলো জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ মূল মঞ্চ মিজো জিৰলাই পলৰ নেতা ৰামদিনলিয়ান ৰেন্থলেইৰ সকীয়নিৰ এই উদ্ধৃতি টেলিগ্ৰাফ-ৰ।

Modi effigy burnt, Massive protest against citizenship bill in Mizoram
আইজলত বুধবাৰে প্ৰধান মন্ত্ৰী মোদীৰ প্ৰতিকৃতি দাহৰ দৃশ্য। সৌজন্য- ফে’চবুক।

ৰাজধানী চহৰখনৰ ৱানাপা হলৰ সমীপত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃ্হ মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিকৃতিও জ্বলাই দিয়ে।

কেৱল ৰাজধানী আইজলেই নহয় ক্ষুদ্ৰ ৰাজ্যখনৰ আটাইকেইখন জিলা সদৰতে বিধেয়কৰ বিৰুদ্ধে ওলাই আহে ছাত্ৰ-ছাত্ৰীৰ লগতে অসংখ্য খিলঞ্জীয়া লোক।

বিধেয়কখন হয় বাতিল, নহয় উত্তৰ-পূবক ইয়াৰ বাহিৰত ৰাখিবলৈ কেন্দ্ৰক স্পষ্টভাৱে আহ্বান জনায় আটাইতকৈ প্ৰভাৱশালী মিজো সংগঠনটোৱে।

ছাত্ৰ নেতা ৰেন্থলেয়ে লগতে কয় যে “কেইবা হাজাৰো ব্ৰু আৰু চাকমা শৰণাৰ্থী” থকা মাত্ৰ ১০ লাখ জনসংখ্যাৰ ৰাজ্যখনত এই বিধেয়ক গৃ্হীত হ’লে “ভয়ংকৰ জনসংখ্যাগত প্ৰভাৱ” পৰিব।

বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত ইতিমধ্যে ৰাজ্যখনৰ এন জি অ’ সমন্বয়ৰক্ষী সমিতি আৰু পি আৰ আই এচ এম (People’s Representation for Identity and Status of Mizoram)এ এইবাৰৰ গণৰাজ্য দিৱস বৰ্জন ঘোষণা কৰিছে।

ৰাজ্যখনত বিজেপি মিত্ৰ এম এন এফ নেতৃত্বাধীন চৰকাৰে বিধেয়কৰ মুকলি বিৰোধিতা কৰিছে। মুখ্য মন্ত্ৰী জ’ৰামথাংগাই এই সন্দৰ্ভত গৃ্হ মন্ত্ৰী সিঙকো সাক্ষাৎ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd