• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জয় আই অসম: এইবাৰ খাদ্যৰ পেকেটতো বিধেয়ক বিৰোধী ‘সৰ্বাত্মক’ প্ৰতিবাদ!

ব্যৱসায়ৰ যোগেদিয়ে জাতীয় দায়বদ্ধতা পূৰণৰ বাবে এই পদক্ষেপ লৈছে জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদস্থিত এম দি বিৰিয়ানি হাউছৰ স্বত্বাধিকাৰী গোলাঘাটৰ উদ্যোগী যুৱক মেৰিলিন দত্তই।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 1, 2018 4:39 pm
Citizenship Bill: Protest slogan gets place on biryani packs in Assam

‘জয় আই অসম’ জিলিকি থকা বিৰিয়ানিৰ পেকেট। ছবি- নৰ্থ ইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতাৰ বাহিৰে নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰিবলৈ অসমত আৰু যেন বাকী ৰোৱা নাই কোনো খিলঞ্জীয়া! ‘সৰ্বাত্মক’ প্ৰতিবাদ প্ৰতিধ্বনিত কৰি গুৱাহাটীত এইবাৰ বিৰিয়ানিৰ পেকেটতো জিলিকিছে বিধেয়কবিৰোধী শ্ল’গান।

‘‘আমি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছো। প্ৰকৃত অসমীয়া হিচাপে আপুনিও কৰক। জয় আই অসম,’’ দেৱালৰ লিখনৰ দৰে এই শ্ল’গান জিলিকিছে গুৱাহাটীৰ এম ডি বিৰিয়ানি হাউছ নামৰ ৰেস্তোৰাঁখনৰ খাদ্যৰ পেকেটত।

ব্যৱসায়ৰ যোগেদিয়ে জাতীয় দায়বদ্ধতা পূৰণৰ বাবে এই পদক্ষেপ লৈছে জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদস্থিত ব্যৱসায়িক প্ৰতিস্থানটোৰ স্বত্বাধিকাৰী গোলাঘাটৰ উদ্যোগী যুৱক মেৰিলিন দত্তই।

‘‘বৰ্তমান বিজেপি চৰকাৰৰ পৰা আমাৰ জাতিটোলৈ অশনি সংকেত আহিছে। নাগৰিকত্ব বিধেয়ক গৃহীত হ’লে আমাৰ জাতিটোৱে সংকটত পৰিব। মই মোৰ ব্যৱসায়ৰ জৰিয়তেই বিধেয়কখন যাতে গৃহীত নহয় তাৰ বাবে ৰাইজৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰি আছো,’’ নৰ্থ ইষ্ট নাও-ক জনালে মেৰিলিনে।

একেটাই শ্ল’গান বিধেয়কবিৰোধী ব্যক্তিগত ঘোষণাৰূপে অসমৰ বিভিন্ন ব্যক্তিয়ে দীৰ্ঘদিনধৰি নিজৰ ফে’চবুকৰ প্ৰফাইল ছবিটো সংলগ্ন কৰি আহিছে।

দত্তৰ ৰেস্তোৰাঁখনে ইয়াৰ পূৰ্বেও অসমীয়া চলচ্চিত্ৰ, কিতাপ আদিৰো এইদৰে প্ৰচাৰ চলাইছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd