• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে অভিযোগ দিয়া মহিলাৰ জামিন নাকচৰ আবেদনৰ শুনানি স্থগিত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2019 10:30 pm
SC bench rejects petition accusing Bhushan in Ranjan Gogoi case

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো।

1.7k
VIEWS
Share on FacebookShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ কৰা মহিলাগৰাকীৰ জামিন নাকচ কৰিবলৈ জনোৱা এক আবেদনৰ শুনানি বুধবাৰে স্থগিত ৰাখিছে দিল্লীৰ এখন ন্যায়ালয়ে।

ঘোচ লোৱা আৰু ঠগবাজিৰ এক গোচৰত জামিনত থকা মহিলাগৰাকীৰ বিৰুদ্ধে জামিন নাকচৰ আবেদনখন কৰিছিল দিল্লী আৰক্ষীয়ে।

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন কৰ্মচাৰী মহিলাগৰাকীৰ বিৰুদ্ধে অভিযোগ দিয়া নবীন কুমাৰ নামৰ লোকজনলৈকে আৰক্ষীয়ে আবেদনৰ প্ৰতিলিপি প্ৰেৰণ নকৰাৰ বাবে মুখ্য মে’ত্ৰপলিতান ন্যায়াধীশ মনিশ কুমাৰে দিল্লী আৰক্ষীৰ আবেদনৰ শুনানি স্থগিত ৰাখে।

২৩ মে’ৰ পিছতহে আদালতখনে দিল্লী আৰক্ষীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব।

দিল্লী আৰক্ষীয়ে পূৰ্বে গোচৰটোত গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী যোৱা ১২ মাৰ্চৰ পৰা জামিনত আছে।

মহিলাগৰাকীৰ বিৰুদ্ধে যোৱা ৩ মাৰ্চত নবীন কুমাৰ নামৰ ব্যক্তিজনে এজাহাৰ দাখিল কৰিছিল। দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গোচৰটোৰ তদন্ত কৰি আছিল।

আনহাতে দিল্লী আৰক্ষীৰ জিম্মাত থকা মহিলাগৰাকীৰ ম’বাইল ফ’ন আৰু কম্পিউটাৰ চি পি ইউটো মোকলাই দিয়াৰ বাবে মহিলাগৰাকীৰ অধিবক্তা ৱি কে অ’ৰিয়ে জনোৱা আবেদনো আদালতখনে নাকচ কৰিছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd