• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাওবাদীৰ গুলীত চহিদ হোৱা বিশ্বজিতৰ পৰিয়াললৈ ২০ লাখ টকাৰ চেক মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2019 8:09 pm
মাওবাদীৰ গুলীত চহিদ হোৱা বিশ্বজিতৰ পৰিয়াললৈ ২০ লাখ টকাৰ চেক মুখ্য মন্ত্ৰী সোণোৱালৰ
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি যোৱা ১৫ এপ্ৰিলত ঝাৰখণ্ডত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুবৰণ কৰা চি আৰ পি এফৰ বীৰ জোৱান বিশ্বজিৎ চৌহানৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত হৈ থাকি বীৰ জোৱানগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

চহিদ জোৱান গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণেৰে শ্ৰ্ধাঞ্জলি জনাই মুখ্য মন্ত্ৰী গৰাকীয়ে কয়ে যে আজি সমগ্ৰ ৰাজ্য বীৰ গৰাকীৰ দেশপ্ৰেম আৰু সাহসত গৌৰৱান্বিত।

মুখ্য মন্ত্ৰী গৰাকীয়ে বীৰ জোৱান গৰাকীৰ পিতৃ-মাতৃ ক্ৰমে কমল চৌহান আৰু ফুলকুমাৰী দেৱীৰ সৈতেও কথা পাতি সমবেদনা জ্ঞাপন কৰে। লগতে বীৰ জোৱানগৰাকীৰ পৰিয়াললৈ ২০ লাখ টকাৰ বিত্তীয় সাহায্যৰ এখন চেক প্ৰদান কৰে।

উল্লেখযোগ্য যে যোৱা ১৫ এপ্ৰিলত পুৱা প্ৰায় ৬ বজাত ঝাৰখণ্ডৰ গিৰিদিহ জিলাৰ ভেলভাঘাট অৰণ্যত বীৰ জোৱান বিশ্বজিৎ চৌহান মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছিল। ওদালগুৰি জিলাৰ কলাইগাঁও পুঠিমাৰী গাঁৱৰ চহিদ জোৱানগৰাকীয়ে ৪ বছৰ আগতে কেন্দ্ৰীয় সংৰক্ষিত বাহিনীত যোগদান কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

August 16, 2025 9:40 am
বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

August 16, 2025 8:55 am
ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

August 16, 2025 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd