• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“নৱেম্বৰৰ ভিতৰত ভেকচিন দি শেষ কৰিব লাগিব”: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 29, 2021 2:47 pm
WhatsApp Image 2021-10-29 at 2.12.05 PM
1.9k
VIEWS
Share on FacebookShare on Twitter

CM Himanta Biswa Sarma on Vaccination খানাপাৰা ষ্টাফ কলেজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি অহা নৱেম্বৰ মাহৰ ভিতৰত ভেকচিন দি শেষ কৰিব লাগিব বুলি উল্লেখ কৰে।

সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা “১৫ নৱেম্বৰৰ পৰা দহ লাখ লোকক টাৰ্গেট কৰি গাঁৱে গাঁৱে ভেকচিন দিয়া হ’ব।”

ইপিনে, ভেকচিন প্ৰদানৰ কাম তীব্ৰতৰ হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, “১৫ নৱেম্বৰৰ পৰা গাঁৱে গাঁৱে প্ৰদান কৰা হ’ব ক’ভিডৰ ভেকচিন। ১০ নৱেম্বৰৰ পৰা ঘৰে ঘৰে যাব চিকিৎসা কৰ্মী।”

ইপিনে, বয়স্কসকলে ঘৰৰ পৰা ওলাই আহি ভেকচিন ল’ব বিচৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “সেয়ে অহা ১৫ নৱেম্বৰৰ পৰা দহ লাখ লোকক টাৰ্গেট কৰি গাঁৱে গাঁৱে ভেকচিন দিয়া হ’ব৷”

অহা ১০ তাৰিখৰ পৰা সাত দিনীয়াকৈ এই ভেকচিনেচন অভিযান চলোৱা হ’ব। দুই কোটি লোকক ভেকচিন দিয়াত যেনেকৈ অভিযান চলোৱা হৈছিল তেনেকৈয়ে দিয়া হ’ব৷

ইপিনে, ১৫ জানুৱাৰীৰ ভিতৰত দুয়োপালি ভেকচিন দি শেষ কৰা হ’ব বুলিও তেওঁ সদৰী কৰে।

ইয়াৰোপৰি, এই মাহত দ্বিতীয় পালি ভেকচিন এক কোটি লোকক দিয়াৰ দিহা কৰা হৈছে বুলি তেওঁ কয়।

ইতিমধ্যে ২ কোটি ৭৬ লাখ লোকক প্ৰথম ড’জ ভেকচিন প্ৰদান কৰা হৈছে বুলি তেওঁ জানিবলৈ দি লগতে কয়, “আমাৰ টাৰ্গেট দুই কোটি দহ লাখ আছিল৷ আমি টাৰ্গেটৰ ওপৰত গৈছো৷” 

Recent News

আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমালোচিত জি-৭ গোট! এই গোটৰ সদস্য নহ’লেও বৈঠকলৈ নিমন্ত্ৰিত ভাৰত

আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমালোচিত জি-৭ গোট! এই গোটৰ সদস্য নহ’লেও বৈঠকলৈ নিমন্ত্ৰিত ভাৰত

পুনৰ এয়াৰ ইণ্ডিয়া বয়িঙৰ ইঞ্জিনত বিজুতি; মুম্বাই অভিমুখী বিমানৰ সকলো যাত্ৰীকে নমাই দিলে কলকাতাত

পুনৰ এয়াৰ ইণ্ডিয়া বয়িঙৰ ইঞ্জিনত বিজুতি; মুম্বাই অভিমুখী বিমানৰ সকলো যাত্ৰীকে নমাই দিলে কলকাতাত

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd