• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ নিৰ্দেশো ‘অমান্য’ হিমন্তৰ! পাঠানক লৈ তাণ্ডৱৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰশ্ন-‘কোন শ্বাহৰুখ খান’?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2023 10:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰসিদ্ধ অভিনেতা শ্বাহৰুখ খানক চিনি নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শ্বাহৰুখ খান অভিনীত পাঠানক লৈ হোৱা বিতৰ্ক আৰু প্ৰতিবাদৰ সন্দৰ্ভত সোধাত মুখ্যমন্ত্ৰীয়ে ওলোটাই প্ৰশ্ন কৰে, “কোন শ্বাহৰুখ খান?” মুখ্যমন্ত্ৰীৰ দাবী কৰে যে তেওঁ শ্বাহৰুখ খানক চিনি নাপায় আৰু পাঠান সম্পৰ্কেও তেওঁ নাজানে।

ইয়াৰ পূৰ্বে, বিজেপিৰ কৰ্মসমিতিৰ এখন সভাত প্ৰধানমন্ত্ৰী মোডীয়ে স্পষ্টভাৱে নিৰ্দেশ দিছিল যে দলৰ কৰ্মী আৰু সমৰ্থকসকলে চলচ্চিত্ৰৰ দৰে বিষয়ত যাতে “অপ্ৰাসংগিক” মন্তব্য নিদিয়ে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: চীনক ৰঙা চকু দেখুৱাই ভাৰতৰ ‘প্ৰলয়’! এইবাৰ উত্তৰ-পূবৰ চীন সীমান্তত বায়ু সেনাৰ অনুশীলনৰ প্ৰস্তুতি

বজৰং দলৰ সদস্যসকলে শুকুৰবাৰে ‘পাঠান’ ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। অভিযোগ কৰা হৈছিল যে ছবিখনৰ পোষ্টাৰ ফলাৰ লগতে জ্বলাই দিয়া  হৈছিল। এই সন্দৰ্ভতে হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে তেওঁ শ্বাহৰুখক চিনি নাপায়।

ইপিনে, ‘শ্বাহৰুখ খান কোন’ বুলি সোধাৰ পিছতো মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদৰ বিষয়ে মুখ খোলে। তেওঁ কয় যে “শ্বাহৰুখ খানে মোক ফোন কৰা নাই। কিন্তু যদি তেওঁ ফোন কৰে মই ইয়াক চাম। যদি আইন-শৃংখলা উলংঘন হয় তেন্তে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।‘’

আনহাতে, অসমৰ ৰাইজে অসমীয়া চিনেমাৰ কথা ক’ব লাগে বুলি মন্তব্য কৰে। অসমীয়া ছবি ‘ডাঃ বেজবৰুৱা পাৰ্ট ২’ সোনকালেই মুক্তি পাব। তেওঁ সকলোকে চিনেমাখন চাবলৈ আহ্বান জনায়।

শেহতীয়াকৈ, বিজেপিৰ কেইবাজনো নেতাই অপ্ৰাসংগিক বিষয়ত তৰল মন্তব্য কৰিছে। শ্বাহৰুখ খানৰ ছবি ‘পাঠান’কলৈয়ো বিতৰ্কিত মন্তব্যৰ বাবেও বহুতো বিজেপি নেতা-মন্ত্ৰীয়ে শিৰোনাম দখল কৰিছে। মোডীৰ মতে ইয়াৰ ফলত বিজেপি অস্বস্তিৰ সন্মুখীন হ’ব লগা হৈছে।

লগতে পঢ়ক: প্ৰেমত ঘুৰিছে ভূমণ্ডল! ৯৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল মহাকাশচাৰী বাজ এলড্ৰিন

মোডীৰ মতে এই বিতৰ্কৰ বাবে দলটোৰ প্ৰচাৰ কৌশল ভাগি পৰিছে। বিজেপিৰ উন্নয়নমূলক প্ৰচাৰ পিছ পৰি ৰৈছে। সেয়েহে, মোডীয়ে নিৰ্দেশ দিছিল যে চিনেমাৰ দৰে অপ্ৰাসংগিক বিষয়ত কোনো অপ্ৰয়োজনীয় মন্তব্য কৰিব নালাগে। কিন্তু মোডীৰ সেই নিৰ্দেশক একপ্ৰকাৰ অমান্য কৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  শ্বাহৰুখ খান চিনি নোপোৱাৰ কথা কৈ বিতৰ্কত নতুন ৰং সানিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd