• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ সংবাদ মাধ্যমৰ সম্পাদকৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা সম্পন্ন; সাংবাদিকৰ ত্যাগক শলাগ মুখ্যমন্ত্ৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 2, 2020 2:51 pm
সাংবাদিকৰ ত্যাগক শলাগ মুখ্যমন্ত্ৰীৰ
18.2k
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ সৈতে ইলেকট্ৰনিক মেডিয়া আৰু প্ৰিন্ট মেডিয়াৰ সম্পাদকসকলৰ লগত আলোচনা অুনষ্ঠিত হৈছিল। খানাপাৰস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত হৈছিল এই আলোচনা।

‘আজিৰ এই আলোচনাত সম্পাদকসকলে বহু পৰামৰ্শ দিয়ে। আমি ধৈৰ্য সহকাৰে তেওঁলোকৰ পৰামৰ্শ শুনিছো। বানপানী আহিবই কিন্তু কেনেকৈ মোকাবিলা কৰিব সেই সম্পৰ্কত আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে কৈছে। পেপাৰ, আলোচনীলৈ বেয়া অৱস্থা নামি আহিছে বুলি অৱগত কৰিছে।’ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ আগত কয়।

সকলোৱে টিম আসাম হৈ কাম কৰিব লাগিব। সংবাদ মাধ্যম হৈছে সমাজৰ বিবেক। সাংবাদিক সকলে এই যুঁজত অশেষ কষ্ট স্বীকাৰ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘উপাৰ্জন বাঢ়িব স্বাভাৱিকতে। আমাৰ দৃঢ় বিশ্বাস আছে কৃষি ক্ষেত্ৰৰ উৎপাদন বাঢ়িব। ৰাজ্যৰ কৃষিক্ষেত্ৰৰ কাম আৰম্ভ হৈছে।’

‘অতি নিষ্ঠাৰে লকডাউন জনসাধাৰণে মানি চলিব সুন্দৰকৈ। পূৰ্বতেও মানি চলিছিল। কিছু শিথিলতা আহিছে যদিও সামাজিক ব্যৱধান মূল কথা।’ মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘এটা task force গঠন কৰা হৈছে জি পি সিঙৰ নেতৃত্বত। দিনে নিশাই সুন্দৰ পৰিকল্পনা প্ৰস্তুত কৰি আছে। ইচ্ছা কৰা আবদ্ধ শ্ৰমিক, ছাত্ৰ-ছাত্ৰী, ৰোগী, পৰ্যটক আহিব পাৰিব। বিজ্ঞানসন্মতভাৱে পৰ্যায়ক্ৰমে বিবেচনা কৰি অনাৰ ব্যৱস্থা কৰা হ’ব।’

আজিৰ আলোচনাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, কেশৱ মহন্ত, অতুল বৰা উপস্থিত আছিল।

Tags: COVID-19

Recent News

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd