• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাত মুখ্য মন্ত্ৰী সোণোৱাল : বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে নিৰ্মাণ কৰা হাইলেণ্ড পৰিদৰ্শন

উত্তম শইকীয়া by উত্তম শইকীয়া
May 12, 2019 4:11 pm
CM in Kaziranga

ফটো : নৰ্থ-ইষ্ট নাও

1.6k
VIEWS
Share on FacebookShare on Twitter

আগন্তুক বানপানীৰ সময়ত বন্যপ্ৰাণীয়ে আশ্ৰয় ল’ব পৰাকৈ বন বিভাগে কাজিৰঙাত নিৰ্মাণ কৰি উলিওৱা হাইলেণ্ড আজি পুৱা পৰিদৰ্শন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কাজিৰঙাৰ কহঁৰাত নিশা কটোৱা মুখ্য মন্ত্ৰীয়ে আজি পুৱাই কাজিৰঙাৰ অগৰাতলি বনাঞ্চললৈ গৈ নিৰ্মাণ কৰি উলিওৱা হাইলেণ্ড পৰিদৰ্শন কৰে।

হাইলেণ্ড পৰিদৰ্শনৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালৰ লগত উপস্থিত আছিল বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা। হাইলেণ্ড সমূহৰ নিৰ্মাণ কাৰ্যত তেওঁ সন্তোষ প্ৰকাশ কৰি কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ আন্তঃগাথনি উন্নয়নৰ বুজ লয়। তদুপৰি বোকাখাতৰ পৰা অগৰাতলিলৈ যোৱা পথ সমূহৰ নিৰ্মাণ শীঘ্ৰেই সম্পূৰ্ণ কৰিবৰ বাবে বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে।

হাইলেণ্ড পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মন্তব্য কৰি মুখ্য মন্ত্ৰীয়ে কয় যে বানপানীৰ সময়ত হাইলেণ্ড বোৰত আশ্ৰয় লোৱা বন্যপ্ৰাণীক পৰ্যাপ্ত পৰিমানৰ খাদ্যৰ যোগান ধৰাৰ লগতে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিবৰ বাবেও কৰ্তৃপক্ষক নিৰ্দেশ দিছে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পথ মেৰামতি আৰু নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ কথা স্বীকাৰ কৰি এই কাৰ্য আৰু সক্ৰিয় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয়।

হাইলেণ্ড পৰিদৰ্শনৰ পাছত তেওঁ কাজিৰঙাৰ সঞ্চালক আৰু অন্যান্য বন বিষয়াৰে এক আলোচনাত মিলিত হোৱাও দেখা যায়। ইয়াৰ পাছতে মুখ্য মন্ত্ৰী সোণোৱাল অগৰাতলিৰ পৰা মাজুলীলৈ বুলি যাত্ৰা কৰে।

উল্লেখ্য যে কাজিৰঙাত পূৰ্বৰ ১৫০ টা হাইলেণ্ডৰ পাছত বিগত বছৰত আৰু ৩৩ টা হাইলেণ্ড নিৰ্মাণ কৰা হৈছিল।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd