• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CM Vigilance Team Raid: বড়োলেণ্ড বিশ্ববিদ্যালয়ত চিএম ভিজিলেন্সৰ দল; জব্দ ছটাকৈ গুৰুত্বপূৰ্ণ ফাইল

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
August 5, 2022 7:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

CM Vigilance Team Raid সময়ে সময়ে বিভিন্ন বিতৰ্কৰ বাবে সংবাদ শিৰোনাম দখল কৰা বিটিআৰ তথা নামনি অসমৰ উচ্চ শৈক্ষিক প্ৰতিষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী গোটে (চিএম ভিজিলেন্স টীম)আকস্মিক অভিযান চলাই ছয়টাকৈ গুৰুত্বপূ্ৰ্ণ ফাইল জব্দ কৰে৷

এই সন্দৰ্ভত বড়োলেন্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ সুবুং বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে চিএমভিজিলেন্স টীমে এগৰাকী পিএইচডি শিক্ষাৰ্থীৰ নথি-পত্ৰৰ ফাইলো জব্দ কৰি নিয়ে৷

অৱশ্যে কি কাৰণত ফাইলবোৰ জব্দ কৰি নিয়া হৈছে সেয়া স্পষ্ট হোৱা নাই বুলিও বসুমতাৰীয়ে কয়৷

লগতে পঢ়ক: পুনৰ টকাৰ উজান! চৰকাৰী কৰ্মচাৰীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নগদ ধন

জানিব পাৰামতে ২০১৯ চনত নিবিদা আহ্বান নকৰাকৈ বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদত এগৰাকী ঠিকাদাৰে শিশু উদ্যান, বজাৰ গৃহ আৰু নলা-নৰ্দমা নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল৷

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

September 8, 2025 6:30 pm
বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 5:54 pm
নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm
অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

September 8, 2025 4:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

September 8, 2025 6:30 pm
বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd