• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ টকাৰ উজান! চৰকাৰী কৰ্মচাৰীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নগদ ধন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2022 3:43 pm
উদ্ধাৰ হোৱা নগদ ধন। ফটো: টুইটাৰ।

উদ্ধাৰ হোৱা নগদ ধন। ফটো: টুইটাৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বাণ্ডিলে বাণ্ডিলে উদ্ধাৰ  হৈছে টকা। এজন চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন। উদ্ধাৰ হোৱা ধনৰ পৰিমাণ ৮৫ লাখতকৈও অধিক হ’ব। তালাচী অভিযানৰ সময়ত তদন্তকাৰী বিষয়াসকলে এই নগদ ধন উদ্ধাৰ কৰে।

কিন্তু এই ঘটনা অসমৰ নহয়, মধ্য প্ৰদেশৰহে। সেই ৰাজ্যৰ এজন চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা আয়ৰ সৈতে সামঞ্জস্যহীন এই বৃহৎ পৰিমাণৰ নগদ ধনউদ্ধাৰ হয়। কৰ্মচাৰীজন মধ্য প্ৰদেশৰ চিকিৎসা শিক্ষা বিভাগত কৰ্মৰত বুলি কোৱা হৈছে।

লগতে পঢ়ক: পুনৰ আৰম্ভ আৰ্মেনিয়া-আজাৰবাইজানৰ মাজত যুদ্ধ, বহু সৈনিক নিহত

Apply Now

এক অবৈধ সম্পত্তিৰ গোচৰৰ তদন্ত কৰি থকা মধ্য প্ৰদেশ চৰকাৰৰ অৰ্থনৈতিক অপৰাধ শাখাৰ তদন্তকাৰী বিষয়াসকলে তেওঁলোকৰ অভিযানৰ সময়ত এই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ৰাজ্যখনৰ চিকিৎসা শিক্ষা বিভাগত কাম কৰা অভিযুক্ত কৰ্মচাৰীজনক হিৰো কেশৱানী বুলি চিনাক্ত কৰা হৈছে। মধ্য প্ৰদেশ চৰকাৰৰ অৰ্থনৈতিক অপৰাধ শাখাই গোপন সূত্ৰৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত ভিত্তি কৰি কৰ্মচাৰীজনৰ ঘৰত তালাচী চলাইছিল।

তালাচীৰ সময়ত তেওঁলোকে ঘৰটোত ঠাকে ঠাকে টকাৰ বাণ্ডিল সজাই থোৱা দেখা পায়। আৰক্ষীয়ে ৮৫ লাখতকৈও অধিক নগদ টকা উদ্ধাৰ কৰে।

লগতে পঢ়ক: অৱশেষত বিৰোধীৰ প্ৰতিবাদত বাতিল হ’ল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক, ২০১৯

বাতৰি অনুসৰি, যেতিয়া কেশৱানীয়ে চাকৰি  লাভ কৰিছিল তেতিয়া তেওঁৰ দৰমহা আছিল মাত্ৰ ৪হাজাৰ টকা। তেওঁ বৰ্তমান প্ৰায় ৫০ হাজাৰ টকা উপাৰ্জন কৰে। কিন্তু ৮৫ লাখকৈ নগদ টকা কেনেকৈ তেওঁৰ ঘৰলৈ আহিল? তদন্তকাৰী বিষয়াসকলৰ বাবে এইটোৱেই প্ৰশ্ন।

তদন্তকাৰী বিষয়াসকলে তেওঁৰ ধনৰ উৎস জানিব বিচাৰে। তদুপৰি ঘৰটোৰ পৰা বহুতো সম্পত্তিৰ নথি পত্ৰও উদ্ধাৰ কৰা হৈছে। কেশৱানীৰ প্ৰায় ৪ কোটি টকাৰ সম্পত্তি আছে বুলি অনুমান কৰা হৈছে। নগদ ধনৰ লগতে হিৰো কেশৱানীৰ ঘৰত প্ৰায় ১.৫ কোটি টকাৰ মূল্যৱান সামগ্ৰীও পোৱা গৈছে।

ইপিনে, অভিযুক্ত চৰকাৰী কৰ্মচাৰী হিৰো কেশৱানী নগদ ধন উদ্ধাৰৰ পিছতে অসুস্থ হৈ পৰে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে তালাচী অভিযান চলি থকাৰ সময়তে কেশৱানীয়ে কিবা ‘বিষজাতীয়’ পদাৰ্থ খাইছিল আৰু তাৰ পিছতে তেওঁ অসুস্থ হৈ পৰে। তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ বৰ্তমান  চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক: New species of miniature frog discovered মেক্সিকোত ৫০ পইচাৰ মুদ্ৰাতকৈয়ো সৰু বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰাকৃতিৰ ভেকুলী আৱিষ্কাৰ

সেইদৰে, অসুস্থতাৰ বাবে এতিয়াও অৰ্থনৈতিক অপৰাধ শাখাৰ বিষয়াসকলে কেশৱানীক জেৰা কৰিব পৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd